ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আত্মহত্যাত দেশৰ শীৰ্ষত মহাৰাষ্ট্র

Staff Reporter by Staff Reporter
October 29, 2021
Reading Time: 1 min read
A A
0
আত্মহত্যাত দেশৰ শীৰ্ষত মহাৰাষ্ট্র

logo new 2 1 1 4 1 3 11 | ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

নিউজ ডেস্কঃ

চলিত বছৰত দেশত সৰ্বাধিক আত্মহত্যাৰ ঘটনা ঘটিছে মহাৰাষ্ট্রত। আত্মহত্যা সন্দৰ্ভত বৃহস্পতিবাৰে নেচনেল ক্রাইম ৰেকর্ড ব্যুৰোই যি তথ্য প্রকাশ কৰিছে, তাত বিগত ১০ মাহত দেশত ১,৫৩,০৫২ জনে আত্মহত্যা কৰিছে। যিটো বিগত বছৰৰ তুলনাত প্রায় ১০ শতাংশ বেছি। আত্মহত্যাৰ মুঠ ঘটনাত শীর্ষত আছে মহাৰাষ্ট্র(১৯,৯০৯)।

আত্মহত্যাৰ মূল কাৰণবোৰ বিশ্লেষণ কৰি দেখা গৈছে যে পাৰিবাৰিক বিবাদৰ কাৰণে ৩৩.৬ শতাংশই নিজৰ জীৱন বিসৰ্জন দিছে। ১৮ শতাংশই শাৰীৰিক অসুস্থতা সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছে। তেনেদৰে বিয়া আৰু প্রেমজনিত কাৰণত আত্মহত্যা কৰিছে যথাক্রমে ৫ আৰু ৪.৪ শতাংশ ব্যক্তিয়ে। পৰীক্ষাত ব্যর্থ হোৱাৰ কাৰণে আত্মহত্যাৰ পথ বাছি লৈছে ১.৪ শতাংশ শীক্ষাৰ্থীয়ে।

জীৱিকাৰ ফালৰ পৰা চালে দেশত সৰ্বাধিক আত্মহত্যা কৰিছে দিনমজদুৰে (২৪.৬ শতাংশ)। আনহাতে, মানসিক অৱসাদত ভুগি আত্মহত্যাৰ তালিকাত দ্বিতীয় স্থানত আছে বোৱাৰী (১৪.৬শতাংশ)। পৰিসংখ্যা মতে, আত্মহত্যা কৰাসকলৰ ভিতৰত অবিবাহিত পুৰুষৰ সংখ্যা সর্বাধিক। চলিত বছৰত প্রায় ২৫ হাজাৰ অবিবাহিত ব্যক্তিয়ে আত্মহত্যা কৰিছে। তাৰ তুলনাত অবিবাহিত মহিলাৰ আত্মহত্যাৰ সংখ্যা ১১ হাজাৰৰ ওচৰত। পুৰুষসকলৰ ভিতৰত ১৮-৩০ আৰু ৩০-৪৫ বছৰৰ ভিতৰত আত্মহত্যাৰ প্রৱণতা প্রায় সমান।

এই দুটা বয়সৰ ভিতৰত আত্মহত্যা কৰিছে যথাক্রমে ৩৪,৬২৯ আৰু ৩৬,৫২৫ জনে। উল্লেখ্য, ১৮-৩০ বছৰৰ মহিলাসকলে চলিত বছৰত সৰ্বাধিক ১৮,০৭৩গৰাকীয়ে আত্মহত্যা কৰিছে। সমীক্ষাটোত লগতে দেখুওৱা হৈছে যে মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্রত আত্মহত্যাৰ প্রবণতা সকলোতকৈ বেছি (২৩.৪ শতাংশ)। এমবিএৰ দৰে প্রফেচনেল পাঠ্যক্ৰম কৰাসকলৰ ক্ষেত্রত আত্মহত্যাৰ হাৰ সকলোতকৈ কম, মাত্র ০.৩ শতাংশ।

Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT