ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কামৰূপ(ম) বিদ্যালয়ত ক’ৰনা, দিপাৱলী আৰু ৰাজকন্যা তাজ ভিভাণ্টা কাণ্ড সন্দৰ্ভত উপায়ুক্ত গুৰুত্বপূৰ্ণ ঘোষণা পঢ়ক

News Desk by News Desk
November 1, 2021
Reading Time: 1 min read
A A
0
কামৰূপ(ম) বিদ্যালয়ত ক’ৰনা, দিপাৱলী আৰু ৰাজকন্যা তাজ ভিভাণ্টা কাণ্ড সন্দৰ্ভত উপায়ুক্ত গুৰুত্বপূৰ্ণ ঘোষণা পঢ়ক

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Assam Announces Supplementary Exams for Higher Secondary Students

ষ্টাফ ৰিপ’ৰ্টাৰ

ক’ৰনা বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বন্ধ হৈছে ইখনৰ পাছত আনখন বিদ্যালয়। যোৱা সপ্তাহত কামৰূপ(ম) জিলাত ২খন শিক্ষানুষ্ঠান বন্ধ হোৱাৰ পিছত সোমবাৰে ক’ৰনাৰ আক্রান্ত ধৰা পৰিছে গীতানগৰ গুৰুকুল গ্ৰামা চেকেণ্ডাৰী স্কুলত। এই কথা অৱগত কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্তই। ক’ৰনা আক্রান্ত ধৰা পৰা বিদ্যালয়খনৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা লোৱা হ’ব বুলি সোমবাৰে এক সংবাদমেলত উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়।

উল্লেখ্য ক’ৰনা আক্রান্ত ধৰা পৰাৰ পাছত ইতিমধ্যে পাঠদান বন্ধ হৈ আছে জিলাখনৰ গাড়ীগাঁও বালিকা বিদ্যাপীঠ, কামাখ্যা উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰুক্মিণীগাঁও আনন্দ একাডেমী।

উপায়ুক্তগৰাকীয়ে উল্লেখ কৰা মতে জিলাখনত দৈনিক আক্রান্ত হাৰ বৰ্তমানো এশ ওপৰত। তেনে ক্ষেত্ৰত মাস্ক পৰিধানত কঠোৰ হ’ব প্ৰশাসন।

আনহাতে, আগন্তক দিপাৱলীৰ উদযাপনৰ ক্ষেত্ৰত জিলাখনত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ পূৰ্ব নিয়ম বৰ্তমান বাহাল থাকিব বুলি কয় পেগুৱে। ফটকা-আটছবাজী বিক্ৰী অনুমতি ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে দিয়া হ’ব।

ইফালে, ৰাজ্য তোলপাৰ লগোৱা ৰাজকন্যা কাণ্ড সান্ধ্য আইন ভংগ কৰি পাৰ্টী আয়োজন কৰা তাজ ভিভান্তা সন্দৰ্ভত দুই-এদিনৰ ভিতৰত সিদ্ধান্ত লোৱা কথা প্ৰকাশ কৰে পেগুৱে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

June 29, 2026
50
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

June 29, 2026
50
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ
National-International

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

June 29, 2026
50
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ
National-International

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

June 29, 2026
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

June 29, 2026
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx