ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাধীনতা সন্দৰ্ভত বিতর্কিত মন্তব্যৰ বাবে কঙ্গনাৰ পদ্মশ্রী প্রত্যাহাৰৰ দাবী

News Desk by News Desk
November 12, 2021
Reading Time: 1 min read
A A
0
স্বাধীনতা সন্দৰ্ভত বিতর্কিত মন্তব্যৰ বাবে কঙ্গনাৰ পদ্মশ্রী প্রত্যাহাৰৰ দাবী

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

নিউজ ডেস্কঃ

ভাৰতৰ স্বাধীনতা সন্দৰ্ভত আপত্তিজনক মন্তব্যৰ বাবে বিজেপি-ঘনিষ্ঠ অভিনেত্রী কঙ্গনা ৰানাৱাটৰ পদ্মশ্ৰী সন্মান প্রত্যাহাৰৰ দাবী উঠিছে। কংগ্রেছ, শিৱসেনা, এনচিপি, আম আদমি পার্টিৰ দৰে বিৰোধী দলবোৰৰ উপৰি বিজেপিৰ সহযোগী হিন্দুস্তান আৱাম মর্চায়ো (হাম) কঙ্গনাৰ পদ্মশ্রী প্রত্যাহাৰৰ দাবী তুলিছে। কঙ্গনাৰ সমালোচনা কৰিছে বিজেপি সাংসদ বৰুণ গান্ধীয়েও।

সদ্য পদ্মশ্রীপ্রাপক কংগনাই এক টিভি চেনেলত দিয়া সাক্ষাৎকাৰত কৈছিল, ‘‘১৯৪৭ চনত লাভ কৰা স্বাধীনতা আচলতে স্বাধীনতা নহয়। সেয়া আছিল ভিক্ষা। স্বাধীনতাতো ২০১৪ চনত আহিছে।’’ নৰেন্দ্র মোদীৰ প্রধানমন্ত্রিত্ব প্রাপ্তিৰ চন হিচাবেই তেওঁ ২০১৪ক চিহ্নিত কৰে। বিভিন্ন সময়ত বিতর্কিত মন্তব্য কৰি খবৰৰ শিৰোনাম দখল কৰি আহিছে কঙ্গনাই। ভাৰতৰ স্বাধীনতা সন্দৰ্ভত তেওঁ কৰা মন্তব্যই সৃষ্টি কৰিছে নতুন বিতর্ক।

কঙ্গনাক পদ্ম-সন্মান দিয়াৰ বাবে কেন্দ্রক উদ্দেশ্য কৰি কংগ্রেছ নেতা আনন্দ শর্মাৰ বক্তব্য, , ‘‘এনে সন্মান দিয়াৰ পূৰ্বে সংশ্লিষ্ট ব্যক্তিৰ মনস্তাত্ত্বিক মূল্যায়ন কৰা উচিত।’’

এনচিপি নেতা নবাব মালিকৰ মন্তব্য, ‘‘দেশৰ স্বাধীনতা সন্দৰ্ভত এনে মন্তব্য কৰাৰ আগতে কঙ্গনাই নিশ্চয় তেওঁৰ হিমাচলৰ ঘৰত বহি ‘মালানা ক্রিম’ (হিমাচলৰ মালানা গাঁৱত প্ৰস্তুত সুৰা) সেৱন কৰিছিল।’’

শিৱসেনাই কঙ্গনাৰ পদ্মশ্রী প্রত্যাহাৰৰ লগতে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ গোচৰৰ দাবী তুলিছে। আম আদমি পার্টিৰ মহাৰাষ্ট্র শাখাই বলিউড অভিনেত্রীগৰাকীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীত অভিযোগ দাখিল কৰিব বুলি জনাইছে। বিজেপিৰ সহযোগী ‘হাম’ৰ সভাপতি তথা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী জিতনৰাম মাঝিয়ে কঙ্গনাক বয়কটৰ দাবী তুলিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

by News Desk
April 20, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
ADVERTISEMENT
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT