ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কোৰোণা প্ৰতিষেদক প্ৰদানৰ বুজ ল’বলৈ ডিফুত মুখ্য সচিব জিঞ্চু বৰুৱা

ৰাজ্যত বৃহৎ এশ শতাংশ টীকাকৰণৰ বাবে আৰম্ভ কৰা হ'ব মেগা অভিযান : মুখ্য সচিব

News Desk by News Desk
November 19, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

ডিফু : বিগত দুটা বছৰ ধৰি সমগ্র দেশজুৰি কোৰোনাৰ সংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছত যুদ্ধকালীন তৎপৰতাৰে স্বাস্থ্য বিভাগে কোৰোনাৰ প্রতিষেধক প্রদানৰ প্রক্রিয়া অব্যাহত ৰখাৰ মাজতে পাহাৰীয়া জিলা কার্বি আংলঙত কোৰোনাৰ প্রতিষেধক প্রদান প্রক্রিয়াৰ অগ্রগতিৰ বুজ ল’বলৈ আজি পাহাৰীয়া জিলা কার্বি আংলঙত উপস্থিত হয়হি অসম চৰকাৰৰ মুখ্য সচিব জিঞ্চু বৰুৱা।

আজি কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ত এক গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰি অসম চৰকাৰৰ মুখ্য সচিবগৰাকীয়ে জিলাখনৰ কভিড প্রতিষেধক প্রদান প্রক্রিয়াৰ অগ্রগতিৰ বুজ লয়। কাৰবি আংলং স্বায়ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কার্যবাহী সদস্য খনছিং ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গুৰুত্বপূর্ণ বৈঠকখনত দুয়োখন পাহাৰীয়া জিলাৰ উপায়ুক্ত, পৰিষদ আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ বিষয়াসকলে অংশগ্রহণ কৰে ৷ বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বার্তালাপত অসম চৰকাৰৰ মুখ্য সচিবগৰাকীয়ে কয় যে, এতিয়াৰে পৰা কার্বি আংলং জিলাত নির্বাচনৰ ভোটকেন্দ্রভিত্তিক কোভিডৰ টীকাকৰণ কৰাৰ ব্যবস্থা কৰা হ’ব। ৰাজ্যত এতিয়াও ৯ লাখ লোকে কোভিডৰ প্রথম পালি গ্রহণ কৰা নাই বুলি লগতে মুখ্য সচিবগবাকীয়ে ব্যক্ত কৰে।

সেয়েহে, ডিচেম্বৰত মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যত এশ শতাংশ টীকাকৰণৰ এক বৃহৎ সজাগতা অভিযান আৰম্ভ কৰিব।
আনহাতে, কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কার্যবাহী সদস্য খনছিং ৰংপিয়ে পৰবর্তী সময়ত টীকাকৰণ অভিযান সম্পর্কে মন্তব্য প্রকাশ কৰি অহা তিনিদিন ভিতৰত জিলাখনত টীকাকৰণ অভিযানে এক ইতিবাচক দিশ লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx