![]()
নিউজ ডেস্কঃ
যোৰহাট জিলা প্ৰশাসনে অনিমেশ ভূঞা হত্যাকাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ অনুসন্ধান ঘোষণা।অনুসন্ধান কৰা দায়িত্ব যোৰহাট মহকুমাৰ দণ্ডাধীশ এচিএছ আকাশী দুৱৰাক।
প্ৰশাসনৰ নিৰ্দেশ মতে ১০দিনৰ ভিতৰত দাখিল কৰিব লাগিব তদন্তৰ সবিশেষ প্ৰতিবেদন।
উল্লেখ্য সোমবাৰে দিন দুপৰতে এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি আছু নেতা অনিমেশ ভূঞাক বৰ্বৰ ভাৱে হত্যা কৰিছিল এদল উন্মক্ত জনতাই।












