ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘৮৩ ছবিখনৰ ট্ৰেইলাৰে লগাইছে খলকনিঃ

Staff Reporter by Staff Reporter
November 30, 2021
Reading Time: 1 min read
A A
0
‘৮৩ ছবিখনৰ ট্ৰেইলাৰে লগাইছে খলকনিঃ

logo new 2 1 1 4 1 3 10 | ASSAM TIMES POST

RELATED POSTS

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

মনোৰঞ্জনঃ

শেহতীয়াকৈ বলীউডৰ বহু প্ৰত্যাশিত ‘৮৩ ছবিখনৰ ট্ৰেইলাৰে মুক্তি লাভ কৰিছে। মুক্তি লাভৰ পিছতেই দৰ্শকে ইউটিউবত ভিৰ লগোৱা পৰিলক্ষিত হৈছে। যথেষ্ট ধনাত্মক মতামতেৰে ট্ৰেইলাৰটোক প্ৰশংসা কৰিছে জনসাধাৰণে। ছবিখন অহা ২৪ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব। ৩ মিনিট ৪৯ ছেকেণ্ড দৈৰ্ঘ্যৰ ছবিখনৰ ট্ৰেইলাৰটোত ৰণবীৰ সিঙকে আদি কৰি ইয়াত অভিনীত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰ মজবুত দিশটো দেখিবলৈ পোৱা গৈছে। কবীৰ খানৰ দ্বাৰা পৰিচালিত এই ছবিখন ১৯৮৩ চনত ভাৰতে ৱ’ৰ্ল্ড কাপত জয়লাভ কৰা সময়ছোৱাৰ সৈতে জড়িত।

এই ছবিখনত বিশেষকৈ কপিল দেৱৰ ভূমিকা ৰূপায়ণ কৰা অভিনেতা ৰণবীৰ সিঙক অনুৰাগীয়ে প্ৰশংসা কৰিছে। কাৰণ, এই বিখ্যাত ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰটিক পুংখানুপুংখভাৱে জনসাধাৰণৰ মাজলৈ লৈ অনাটো ইমান সহজ নহয় যদিও ৰণবীৰ সিঙে নিজ চৰিত্ৰটো সুন্দৰভাৱে ৰূপায়ণ কৰিছে বুলি মন্তব্য কৰে বহুজনে। ৰণবীৰ সিঙৰ সৈতে এই ছবিখনত দুটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব দীপিকা পাডুকন আৰু পংকজ ত্ৰিপাঠীক।

Share4Tweet3Send

Related Posts

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
DIPHU

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT