ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পঞ্জাবত কৃষকৰ বিক্ষোভৰ সন্মুখীন কঙ্গনা!

Staff Reporter by Staff Reporter
December 4, 2021
Reading Time: 1 min read
A A
0
“থলাইবী” ৰ সৈতে জড়িত মজদুৰক কংগনা ৰাণাওঁটৰ সহায়ঃ

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

নিউজ ডেস্কঃ

কৃষকৰ আন্দোলন চলি থকা সময়ত কৃষকসকলক উদ্দেশ্যি নেতিবাচক মন্তব্য কৰিছিল কঙ্গনা ৰানাৱতে। কেন্দ্রই কৃষি আইন প্রত্যাহাৰ কৰা সন্দৰ্ভতো বিতর্কিত মন্তব্য কৰে অভিনেত্রীগৰাকীয়ে। তাৰ পৰিণাম ভুগিবলগা হৈছে এতিয়া কংগনাই৷ পঞ্জাবৰ চণ্ডীগড়-উনা এক্সপ্রেছৱেত কৃষকৰ বিক্ষোভৰ সন্মুখীন হ’বলগা হয় অভিনেত্ৰীগৰাকী। শুক্রবাৰে এই ঘটনা ঘটে কিৰতপুৰ সাহিবৰ বুঙ্গা সাহিব এলেকাত। ছবিত দেখা গৈছে কঙ্গনাৰ গাড়ী ঘেৰাও কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে বহু কৃষকে। দিছে ‘কংগনা মুর্দাবাদ’ ধ্বনি। পৰিস্থিতি চম্ভালিবলগা হৈছে আৰক্ষীয়ে। পাঞ্জাবৰ কৃষকসকলক খলিস্তানীৰ সৈতে তুলনা কৰাত তীব্র অসন্তুষ্টিৰ সৃষ্টি হয় শিখ সম্প্রদায়ৰ কৃষকসকলৰ মাজত। শুক্ৰবাৰে উক্ত মন্তব্যৰ বাবে ক্ষমা বিচৰাৰ পিছতহে কঙ্গনাৰ গাড়ী যাবলৈ দিয়ে তেওঁলোকে৷

View this post on Instagram

A post shared by hindustan (@livehindustan)

আনহাতে, কঙ্গনাৰ মন্তব্য, ‘আৰক্ষী নাথাকিলে মই গণপ্ৰহাৰৰ চিকাৰ হ’লোহেঁতেন। এইসকল লোকৰ লাজলগা উচিত।’ এই ঘটনাৰ এটি ভিডিও ক্লিপ প্রকাশ কৰি অভিনেত্রীগৰাকীয়ে কয়, ‘পঞ্জাবত প্ৰৱেশৰ পিছত এদল মানুহে আমাৰ গাড়ী আক্রমণ কৰে। তেওঁলোকে কৈছে তেওঁলোক হেনো কৃষক। এফালে নিজকে কৃষক বুলিছে, আনফালে মোক আক্রমণ কৰিছে৷ অশ্ৰাব্য গালি দিছে, প্রাণে মৰাৰ ভাবুকি দিছে। এই দেশত এনেদৰে প্রকাশ্যে গণ আক্ৰমণ চলিছে।’

Share4Tweet3Send

Related Posts

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

ADVERTISEMENT
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT