![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিঙৰ SBI-ৰ পৰা ১০০ কোটি ৬৯ লাখ টকা লৈ অন্তধান ঠিকাদাৰ অনন্ত চৰন নায়ক ৷ Nayak Infrastructure Pvt Ltd-ৰ স্বাত্বাধীকাৰ আছিল অনন্ত চৰন নায়ক। লামডিঙ SBI-ৰ পৰা ঋণ হিচাপে লৈছিল এই বৃহৎ পৰিমাণৰ ধন।
ধন পৰিশোধ নকৰাৰ বাবেই বেংক কৰ্তৃপক্ষই জব্দ কৰিলে নায়কৰ দুটাকৈ অট্ৰালিকাৰ লগতে সম্পত্তি।
হোজাই জিলাৰ দণ্ডাধীকাৰৰ উপস্থিতিত বেংক কৰ্তৃপক্ষই তলা লগালে নায়কৰ বিল্ডিঙত।












