![]()
নিউজ ডেস্কঃ
বিধানসভাত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী বিধেয়ক৷ এতিয়াৰে পৰা কৰিব নোৱাৰিব আন্তঃজিলা গো সৰবৰাহ৷ বাংলাদেশ সীমান্তৱৰ্তী জিলালৈ কৰিব নোৱাৰিব গৰু সৰবৰাহ৷ কৃষিভিত্তিক কামৰ কাৰণে বাধা নাই গৰু সৰবৰাহত৷ বহিঃৰাজ্যৰ পৰা আমদানি কৰিব পাৰিব গৰু৷
গৰু সৰবৰাহ কৰা গাড়ী জব্দ কৰা হ’ব৷জব্দকৃত গাড়ী নিলাম কৰাৰ লগতে শাস্তিৰ সন্মুখীন হ’ব বাহনৰ মালিকো৷ অৱশ্যে ম’হ সৰবৰাহত নাথাকিব কোনো নিষেধাজ্ঞা৷













