![]()
নিউজ ডেস্কঃ
- কলিয়াবৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল।
- সংবাদমেলত নতুন এছঅ’পি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
- মন্ত্ৰী মহন্তই সংবাদমেল সম্বোধন কৰি কয়-
- ২৬ ডিচেম্বৰৰ পৰা নতুন সিদ্ধান্ত বলবৎ হ’ব।
- সোমবাৰৰ পৰা নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ জাৰি।
- অৱশ্যে ৩১ ডিচেম্বৰত এই কাৰ্ফিউ নাথাকিব।
- ব্যৱসায়ীসকলে নিশা ১০.৩০ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব।












