ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰত বায়োটেকৰ নজল ভেকচিনক চূড়ান্ত ট্রায়েলৰ অনুমতি দিলে কেন্দ্রই

News Desk by News Desk
January 5, 2022
Reading Time: 1 min read
A A
0
ভাৰত বায়োটেকৰ নজল ভেকচিনক চূড়ান্ত ট্রায়েলৰ অনুমতি দিলে কেন্দ্রই

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

নিউজ ডেস্কঃ

ভাৰত বায়োটেকৰ নাকেৰে লোৱাৰ উপযুক্ত টীকাক কৰোনা টীকাৰ বুষ্টাৰ পালি হিচাবে অনুমতি দিব পাৰে ডিজিচিআয়ে।

বুধবাৰে কেন্দ্রীয় সংস্থাটোৰ বিশেষজ্ঞ কমিটিয়ে টীকাৰ তৃতীয় পৰ্যায়ৰ ট্রায়েলৰ সন্মতি দিয়া হৈছে। প্রায় ৫ হাজাৰ সুস্থ ব্যক্তিৰ ওপৰত ট্রায়েল চলোৱা হ’ব। তেওঁলোকৰ ভিতৰত আধাই কোভেক্সিন আৰু আধাই কোভিশিল্ড টীকাৰ দুটা পালি লৈছে। যোৱা ডিচেম্বৰৰ মাজমানত ভাৰত বায়োটেকে ক্লিনিকেল ট্রায়েল চলোৱাৰ অনুমতি বিচাৰিছিল। ভাৰত বায়োটেকে কেন্দ্রক জনোৱা মতে, যিসকলৰ সম্পূর্ণ টীকাকৰণ হৈ গৈছে, তেওঁলোকক নজল ভেকচিন বুষ্টাৰ ডোজ হিচাবে দিলে সেয়া কার্যকৰী হ’ব পাৰে।

এই সন্দৰ্ভত মঙ্গলবাৰে ডিজিচিআইৰ বৈঠক অনুষ্ঠিত হয় আৰু বুধবাৰে ট্রায়েলৰ অনুমতি দিয়ে। সম্ভৱত দ্বিতীয় পালি লোৱাৰ ৬ মাহ পিছতেই এই বুষ্টাৰ ডোজ ল’ব পৰা যাব। মার্চৰ পৰাই বুষ্টাৰ ডোজ আৰম্ভ কৰাৰ অনুমতি দিব পাৰে কেন্দ্রই। অৱশ্যে সেয়া নির্ভৰ কৰিব সময়মতে বুষ্টাৰ ডোজক অনুমতি দিয়া হ’ব নে নাই তাৰ ওপৰত।

Tags: Featured
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ
National-International

June 26, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

June 26, 2026
50
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

June 26, 2026
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

June 26, 2026
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT