ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলঙত উলহ-মালহেৰ পৰাম্পৰাগত উৎসৱ ‘ৰংকেৰ’ পূজা উদযাপন

News Desk by News Desk
January 5, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

ডিফু : শীতৰ আৰম্ভনিৰ লগে প্ৰতি বছৰে ৫ জানুৱাৰীৰ দিনটোত কাৰবিসকলৰ লোকাচাৰ (জনবিশ্বাস) মতে কাৰবি আংলঙৰ গাঁৱে-ভূঁয়ে সীমাহহীন উৎসাহ উদ্দীপনাৰ মাজেৰে ৰংকেৰ পূজা উদযাপন কৰি অহা হৈছে ৷ এইলৈ কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ কার্বি জনজাতি বসতিপূর্ণ এলেকাসমূহত আজি দিনজোৰা কার্যসূচীৰে উলহ-মালহেৰে ৰংকেৰ পূজা পালন কৰা হয়।

এই উপলক্ষে আজি দিনযোৰা কাৰ্যসূচীৰে পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ বিভিন্ন গাঁৱৰ লগতে ৰংচাম্প্ৰী আৰু চিফংচাজিৰতো কাৰবি পৰাম্পৰাগত নিয়ম অনুসৰি ৰংকেৰ পূজা উদযাপন কৰা হয় ৷ এই উপলক্ষে আজি পাহাৰীয়া জিলাৰ সদৰ ডিফুৰ লৰুলাংচ, চিফংচাজিৰ, ৰংচ’পি ৰংক্লাৰবং, ৰংচামপ্ৰী, বৰলাংফেৰ আদি কৰি সকলোবোৰ গাঁৱত কাৰবি পৰাম্পৰাগত প্ৰথাৰে পূজাৰি সকলে নানা ধৰণৰ মন্ত্ৰ উচ্চাৰণ কৰি এই ৰংকেৰ পূজা সম্পন্ন কৰি দেৱতাসকলক তুষ্ঠ   কৰে ৷ কেইবাটাও থানত কুৰুচাৰ আৰু দেউৰীসকলে পূজা সম্পন্ন কৰা পৰিলক্ষিত হয় ৷

উল্লেখযোগ্য যে, মূলতঃ কৃষিপ্রধান জনজাতীয় সমাজখনক বিভিন্ন ৰোগ-ব্যাধি, অপায়-অমংগল, অপদেৱতাৰ কু-দৃষ্টিৰ পৰা ৰক্ষা কৰাৰ বাবে সর্বশক্তিমানগৰাকীলৈ পূজা আগবঢ়াই কার্বিসকলৰ সমাজত পূর্বৰে পৰা ৰংকেৰ পূজা পালন কৰি অহা হৈ আহিছে। প্রতি বছৰে জানুবাৰী মাহৰ পাঁচ তাৰিখে এই উৎসৱ পালন কৰা হয়। সেই অনুসৰি, পাহাৰীয়া এলেকাটোৰ কাৰ্বি বসতিপূর্ণ এলেকাসমূহত ৰংকেৰ পূজা উপলক্ষে বিগত কেইবাদিন ধৰি এক উৎসৱমূখৰ পৰিৱেশ অব্যাহত আছে। ৰংকেৰ পূজাৰ বিধি অনুসৰি আজি পুৱাৰ ভাগত কার্বি সমাজৰ কুৰুচাৰ (পুৰোহিত) আৰু দেউৰী (সহায়কাৰী)সকলে বিধিগত নীতি নিয়মৰ মাজেৰে উপাস্য দেৱতালৈ পূজা আগবঢ়াই গাঁওসমূহক সকলো ধৰণৰ অপায় অমংগলৰ পৰা ৰক্ষা কৰাৰ লগতে আহিবলগীয়া বর্ষটো সকলো ক্ষেত্রৰ পৰা নদন-বদন কৰি তোলাৰ বাবে প্রার্থনা জনায়।

পূজাৰ লগতে উপাস্য দেৱতালৈ উছর্গা কৰি বলি-বিধানৰো ব্যৱস্থা কৰা হয়। পূজাৰ অন্তত গাঁৱৰ সকলো ৰাইজে মিলি-জুলি ভোজ-ভাত খাই বছৰটোৰ বাবে কর্মজীৱনৰ পাতনি মেলে। ৰংকেৰ পূজাৰ সৈতে সংগতি ৰাখি কোনো কোনো স্থানত সাংস্কৃতিক কার্যসূচীৰো ব্যৱস্থা কৰাৰ বাতৰি পোৱা গৈছে।

Tags: Featured
Share4Tweet3Send

Related Posts

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
50
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী
National-International

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026
50
Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা
National-International

Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx