ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মহিলা এদিনীয়া বিশ্বকাপৰ ভাৰতীয় দল ঘোষণা, নেতৃত্বত মিতালী ৰাজ

News Desk by News Desk
January 6, 2022
Reading Time: 1 min read
A A
0
মহিলা এদিনীয়া বিশ্বকাপৰ ভাৰতীয় দল ঘোষণা, নেতৃত্বত মিতালী ৰাজ

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

নিউজীলেণ্ডত অনুষ্ঠিত হ’বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা বিচিচিআইৰ। এইবাৰৰ বিশ্বকাপত ভাৰতক নেতৃত্ব দিব মিতালী ৰাজে। সহ-অধিনায়ক হৰমনপ্রীত কৌৰ।
উল্লেখ্য, অহা ৬ মার্চৰ পৰা বে অভেলত বিশ্বকাপ অভিযান আৰম্ভ কৰিব ভাৰতীয় মহিলা দলটোৱে। প্ৰথম মেচতেই চিৰপ্রতিদ্বন্দ্বী পাকিস্তান। ৰাউণ্ড ৰবিন পদ্ধতিত হ’ব খেল। অর্থাৎ সকলো দেশেই সকলো দেশৰ সৈতে খেলিব লাগিব। গ্রুপ পর্যায়ত মুঠ সাতখন মেচ খেলিব লাগিব মিতালী বাহিনীয়ে।

ঘোষিত দলটো :

মিতালী ৰাজ (অধিনায়ক), হৰমনপ্ৰীত কৌৰ (সহ-অধিনায়ক), স্মৃতি মান্ধানা, শেফালী বাৰ্মা, যষ্টিকা ভাটিয়া, দীপ্তি শৰ্মা, ৰিচা ঘোচ (উইকেটৰক্ষক), স্নেহ ৰাণা, ঝুলন গোস্বামী, পূজা ভস্ত্ৰকাৰ, মেঘনা সিং, ৰেণুকা সিং ঠাকুৰ, তানিয়া ভাটিয়া, ৰাজেশ্বৰী গায়কোৱাড় আৰু পুনম ভাটিয়া৷

Tags: Featured
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
ADVERTISEMENT
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
50
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী
National-International

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026
50
Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা
National-International

Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx