ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বহিঃৰাজ্যৰ পৰা অহা বহু যুৱকৰ দেহত মাৰাত্মক ক’ভিড

News Desk by News Desk
January 7, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

নিউজ ডেস্কঃ

ডিফু : পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ অসম ৰাইফলছত জোৱান ভৰ্তিৰ বাবে চলি থকা মকললৈ ৰে’ল যোগে মহাৰাষ্ট্ৰৰ পৰা অহা বহু কেইজন যুৱকৰ দেহত মাৰাত্মক ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে ৷ বিগত কেইদিন ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ডিফুস্থিত অসম ৰাইফলচত ৰে’ল যোগে ডিফুলৈ যুৱকৰ লানি নিছিগা সোঁত বৈছে ৷ মকলত যোগদান কৰিবলৈ কৰোণা পৰীক্ষা কৰাটো বাধ্যতামূলক হোৱাৰ বাবে সেই সকল যুৱকক ডিফু ৰে’ল ষ্টেচনতে আগভেটি স্বাস্থ্য বিভাগৰ দ্বাৰা সেই সকল যুৱকক কৰোণা পৰীক্ষা কৰি থকা হৈছে ৷ এনে স্থলত কাৰ্বি পাহাৰত ক’ৰণাৰ ভয়ংকৰ গণসংক্ৰমণৰ আশংকা কৰা হৈছে ৷ আজি ডিফু ৰেল ষ্টেচনত দুপৰীয়া ১২ বজালৈকে ১০ গৰাকী ৰে’লযাত্ৰী ক’ভিড পজিটিভ থকাৰ বিপৰীতে সন্ধিয়ালৈকে এই সংখ্যা ১৮ জনসৈ বৃদ্ধি পোৱাৰ কথা জানিব পৰা গৈছে ৷

ইয়াৰোপৰি সমগ্ৰ কাৰবি আংলং জিলাত আজি সন্ধিয়া ৰ্ৰাপ্ত তথ্য অনুসৰি বোকাজানত ১২টা, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ৫টা আৰু ডিফু কেলষ্টেচনত ১৮ ক’ভিড পজিটিভ কেচকলৈ মুঠ ৩৫টা ক’ভিড ১৯ পজিটিভ কেচ নথিভূক্ত কৰা হৈছে ৷ ডিফু ৰে’লষ্টচনত পোৱা ক’ভিড ৰোগী সকলকএম্বুলেন্সযোগে গোটেই DMCHলৈ যোৱা হৈছে ৷ কালিও ১২ৰাকী ৰে’লযাত্ৰীৰ দেহত ধৰা পৰিছিল ক’ভিড পজিটিভ ৷

Tags: Featured
Share4Tweet3Send

Related Posts

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
50
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী
National-International

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026
50
Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা
National-International

Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx