ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ চাৰি মনোনীত সদস্যৰ শপত গ্ৰহণ

ASSAM TIMES POST by ASSAM TIMES POST
September 27, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST 
ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ চাৰিগৰাকী মনোনীত সদস্যৰ আজি শপত গ্ৰহণ অনুষ্ঠিত হৈ যায়। ডিফুৰ আৰবৰেটাম কাম ক্ৰাফট চেন্টাৰত আজি দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত জিলা উপায়ুক্তই চাৰিওগৰাকী সদস্য ক্ৰমে সীমা ৰংহাংপী, অজিত কুমাৰ দে’, হাপুৰাম কিস্কু আৰু চন্দ্ৰ বাহাদুৰ ছেত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়।

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

diphu | ASSAM TIMES POST

শপত গ্ৰহণ অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী চুম ৰংহাং, সাংসদ হৰেণ ছিং বে’, পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহি, পৰিষদৰ প্ৰধান সচিব, কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত থাকে ।

আজি শপত গ্ৰহণ কাৰবি পৰিষদৰ মনোনিত সদস্য কেইগৰাকীয়ে বিজেপিৰ উৰ্ধতন মহল আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নিজৰ দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰাৰ লগতে ৰাইজৰ অভাৱ- অভিযোগ সমূহ তেওঁলোকৰ কাৰ্যকালত পূৰণ কৰিবলৈ অহোৰুৰুষাৰ্থ কৰিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx