ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাজানত ৮ কোটিৰ নিষিদ্ধ ড্ৰাগছসহ এজন আটক

News Desk by News Desk
January 11, 2022
Reading Time: 1 min read
0

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

ডিফু : বোকাজান মহকুমাৰ ডিলাই আৰক্ষী চকীৰ অন্তৰ্গত লাহৰিজান পহৰা আৰক্ষীৰ নাকা তালাচীত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে।

এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু ডিলাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, লুৎফুৰ ৰহমান লাহৰিজান পহৰা চকীৰ SI (UB) দেৱ প্ৰতিম কোঁৱৰ আৰু বোকাজান CRPF বাহিনীৰ সহযোগত লাহৰিজান পহৰা আৰক্ষী নাকা পইণ্টত চলোৱা তালাচীত এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুজন পৰিমানৰ নিষিদ্ধ হেৰইন ৷

ADVERTISEMENT
ADVERTISEMENT

উক্ত তালাচীত আৰক্ষীয়ে ডিমাপুৰৰ দিশৰপৰা আহি থকা NL-01AA-5840 নম্বৰৰ এখন ট্ৰাকৰ পৰা 110টা চাবোনৰ নিষিদ্ধ ড্ৰাগছখিনি বাকচত জব্দ কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে ডিলাই আৰক্ষীয়ে সৰবৰাহৰ সৈতে জড়িত মণিপুৰৰ kangpoi আৰক্ষী চকীৰ অন্তৰ্গত Devi Prasad Chouhan-ৰ পুত্ৰ দীপক চেত্ৰী (26) নামৰ এজন চালক ৰূপী সৰবৰাহকাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন 1.5 কেজি । জব্দকৃত হেৰইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় ৮ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰীটোক ডিলাই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Like this:

Like Loading...

Related

Tags: Featured
Share6Tweet4Send

Related Posts

কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল
KARBI ANGLONG

কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল

by News Desk
May 21, 2022
50
তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ
National-International

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

by News Desk
May 21, 2022
50
উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ
National-International

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

by News Desk
May 21, 2022
50
বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!
Assam

বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

by News Desk
May 21, 2022
50
মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা দুগুণ বৃদ্ধি! উদ্বেগ বৃদ্ধি ব্রিটেইনত
National-International

মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা দুগুণ বৃদ্ধি! উদ্বেগ বৃদ্ধি ব্রিটেইনত

by News Desk
May 21, 2022
50
৯০০ কোটিৰ নির্মীয়মাণ সংসদ ভৱনত হঠাৎ অগ্নিকাণ্ড
National-International

৯০০ কোটিৰ নির্মীয়মাণ সংসদ ভৱনত হঠাৎ অগ্নিকাণ্ড

by News Desk
May 21, 2022
50
ADVERTISEMENT
“বাজিগৰ” ৰ শ্বুটিঙত শিল্পা চেট্টীক শ্বাহৰুখ খানে দিছিল কি পৰামৰ্শ?? জানকঃ
Entertainment

“বাজিগৰ” ৰ শ্বুটিঙত শিল্পা চেট্টীক শ্বাহৰুখ খানে দিছিল কি পৰামৰ্শ?? জানকঃ

May 21, 2022
50
কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল
KARBI ANGLONG

কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল

May 21, 2022
50
তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ
National-International

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

May 21, 2022
50
উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ
National-International

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

May 21, 2022
50
773913
Total views : 4454287
Who's Online : 34
“বাজিগৰ” ৰ শ্বুটিঙত শিল্পা চেট্টীক শ্বাহৰুখ খানে দিছিল কি পৰামৰ্শ?? জানকঃ

“বাজিগৰ” ৰ শ্বুটিঙত শিল্পা চেট্টীক শ্বাহৰুখ খানে দিছিল কি পৰামৰ্শ?? জানকঃ

May 21, 2022
কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল

কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল

May 21, 2022
তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

May 21, 2022

Categories

ALL NEWS (17145) Assam (11674) BREAKING NEWS (6428) Business (23) Economy (44) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (470) Entertrainment (240) EXCLUSIVE (122) Fashion (8) Featured (17) Features (26) Guwahati (1711) Health & Fitness (579) Jobs & Career (5) KARBI ANGLONG (1964) Lifestyle (23) literature (16) National-International (3326) NORTHEAST (417) Novels (3) Photo (4) Poems (9) Political (63) Recipes (5) Sports News (279) Stories (4) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: