ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভূমি সংৰক্ষণ বিভাগত নিযুক্তিত অনিয়ম : ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কত দুই যুৱকৰ অনিৰ্দিষ্টকালীন ধৰ্ণা

News Desk by News Desk
January 12, 2022
Reading Time: 1 min read
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিয়াগোম ‘ভূমি সংৰক্ষণ’ বিভাগতো কেতবোৰ পদৰ বাবে নিযুক্তি প্ৰদান কৰা হৈছিল ৷ সেই মৰ্মে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত ভূমি সংৰক্ষণ বিভাগৰ নিযুক্তিত অনিয়মৰ অভিযোগ তুলি আজিৰে পৰা‌ জিলাখনৰ‌ সদৰ‌ চহৰ ডিফুত অনিৰ্দিষ্টকালীন ধৰ্ণাত অৱস্থান কৰিছে দুজন যুৱকে। আজি ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত ধৰ্ণা কাৰ্যসূচীৰ আৰম্ভ কৰা পদ্ম টেৰণ আৰু ৱাৰলংকি ডেৰা নামৰ যুৱক দুগৰাকীৰ অভিযোগ অনুসৰি ২০২০ চনত প্ৰকাশ হোৱা এক বিজ্ঞাপনৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ ভূমি সংৰক্ষণ বিভাগৰ কনিষ্ট সহায়ক পদৰ সাক্ষাৎকাৰ অনুসৰি প্ৰথমে এজন প্ৰাৰ্থীৰ নিযুক্তি প্ৰদান কৰাৰ কিছুদিনৰ পিছতে একেটা পদতে পুনৰ আন এগৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হয়। একেটা পদতে দুজনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি এনে অনিয়মৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ ব্যৱস্থা কৰাৰ দাবীত সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ বিধি নিয়ম মানি এই অনিৰ্দ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা বুলি প্ৰতিবাদ কাৰী যুৱকদ্বয়ে ব্যক্ত কৰে।

ADVERTISEMENT

ইয়াৰোপৰি অনিয়মৰ মাজেৰে নিযুক্তি লাভ কৰা যুৱতী গৰাকী শীঘ্ৰে উক্ত পদৰ পৰা বৰ্খাস্থ কৰিবলৈ দাবী জনায় যুৱকদ্বয়ে ৷ যুৱকদ্বয়ে সাংবাদিকৰ আগত কয়যে, উক্ত নিযুক্তিৰ লগত জড়িত বিজ্ঞাপনটোৰ চৰ্ত আৰু নিয়মাৱালীত উক্ত পদটোৰ বাবে সংখ্য বৃদ্ধি বা হ্ৰাস কৰাৰ কোনো পূৰ্ব চৰ্ত নাছিল তেনে ক্ষেত্ৰত এই নিযুক্তি সম্পূৰ্ণ অনিয়মৰ মাজেৰে সংঘটিত হৈছে বুলি মন্তব্য কৰি উক্ত কাৰ্যৰ প্ৰতিবাদত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে বুলি কয় যুৱকদ্বয়ে ৷

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Featured
Share6Tweet4Send

Related Posts

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ
National-International

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

by News Desk
May 21, 2022
50
উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ
National-International

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

by News Desk
May 21, 2022
50
বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!
Assam

বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

by News Desk
May 21, 2022
50
মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা দুগুণ বৃদ্ধি! উদ্বেগ বৃদ্ধি ব্রিটেইনত
National-International

মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা দুগুণ বৃদ্ধি! উদ্বেগ বৃদ্ধি ব্রিটেইনত

by News Desk
May 21, 2022
50
৯০০ কোটিৰ নির্মীয়মাণ সংসদ ভৱনত হঠাৎ অগ্নিকাণ্ড
National-International

৯০০ কোটিৰ নির্মীয়মাণ সংসদ ভৱনত হঠাৎ অগ্নিকাণ্ড

by News Desk
May 21, 2022
50
ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ
KARBI ANGLONG

ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ

by News Desk
May 20, 2022
57
ADVERTISEMENT
তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ
National-International

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

May 21, 2022
50
উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ
National-International

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

May 21, 2022
50
বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!
Assam

বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

May 21, 2022
50
মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা দুগুণ বৃদ্ধি! উদ্বেগ বৃদ্ধি ব্রিটেইনত
National-International

মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা দুগুণ বৃদ্ধি! উদ্বেগ বৃদ্ধি ব্রিটেইনত

May 21, 2022
50
773897
Total views : 4454003
Who's Online : 21
তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে দুসপ্তাহ পিছত শ্রীলঙ্কাত জৰুৰী অৱস্থা প্রত্যাহাৰ

May 21, 2022
উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

উত্তাল সমুদ্রত ১,৫২৬ কোটিৰ ড্ৰাগছ উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ

May 21, 2022
বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

বানত বিধ্বস্ত অসমত ভেটি-মাটি হেৰুৱাই ৰে’ললাইনত আশ্ৰয় ৫০০ পৰিয়ালৰ!

May 21, 2022

Categories

ALL NEWS (17144) Assam (11674) BREAKING NEWS (6428) Business (23) Economy (44) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (469) Entertrainment (240) EXCLUSIVE (122) Fashion (8) Featured (17) Features (26) Guwahati (1711) Health & Fitness (579) Jobs & Career (5) KARBI ANGLONG (1964) Lifestyle (23) literature (16) National-International (3326) NORTHEAST (417) Novels (3) Photo (4) Poems (9) Political (63) Recipes (5) Sports News (279) Stories (4) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: