ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলং আৰক্ষীৰ বৃহৎ সফলতা! ডিফুত বৃহৎ পৰিমাণৰ বিষ্ফোৰক অস্ত্ৰ-শস্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

News Desk by News Desk
January 22, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

ডিফু : গণৰাজ্য দিৱসলৈ মাত্ৰ ৪টা দিন বাকী থকা মুহূৰ্তত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিষ্ফোৰক হেণ্ড গ্ৰেণেড আৰু মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি কাৰবি আংলঙৰ ঘন জংঘলৰ ভিতৰত পুতি থোৱা অৱস্থাত অসম আৰক্ষীয়ে উদ্ধাৰ কৰে এই বৃহৎ অস্ৰ ভাণ্ডাৰ ৷ শনিবাৰে সন্ধিয়া ডিফু আৰক্ষী থানাত এক সংবাদ মেলৰ আয়োজন কৰি ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে ৷ অ’চি জে এছ খবুঙে জানিবলৈ দিয়া অনুসৰি যোৱা বছৰৰ শেহৰফালে কাৰবি আংলঙৰ ৰংমংৱেত আৰক্ষীৰে সংঘৰ্ষত কাৰবি ডেমক্ৰেটিক লিবাৰেছন ফ্ৰণ্ট চমুকৈ কেডিএলএৰ স্বয়ম্ভু অধ্যক্ষ জেকছন ৰংহাঙৰ মৃত্যু হৈছিল ৷ মৃত জেকছন ৰংহাঙে বহুতো অস্ত্ৰ-শস্ত্ৰ কাৰবি আংলঙৰ গোপন স্থানত লুকুৱাই ৰখাৰ সম্ভেদো লাভ কৰিছিল আৰক্ষীয়ে ৷ সেই মৰ্মে আৰক্ষীয়ে এই অস্ত্ৰ-শস্ত্ৰৰ গোপনে সন্ধান চলাইছিল ৷

অৱশেষত আজি বিয়লি 2-45 মান বজাত আৰক্ষীয়ে গোপন সূত্ৰে উক্ত-অস্ত্ৰ-শস্ত্ৰ ডিফু-লামডিঙ পথৰ ব’টানিকেল গাৰ্ডেনৰ পিছফালে হাবিত লুকুৱাই ৰখাৰ তথ্য লাভ কৰে ৷ সম্ভেদ লাভ কৰাৰ মাত্ৰই জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশ মৰ্মে ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খবুঙৰ নেতৃত্বত উপৰিদৰ্শক দীপজ্যোতি দাস, 7 এপিবিএনৰ দল আৰু সংগীয় ষ্টাফসহ উক্ত স্থানত উপস্থিত হৈ লুকুৱাই থোৱা অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিষ্ফোৰক পদাৰ্থ সমূহ ক্ৰমে, এটা ’22 ৰাইফল, এটা হাতে সজা মেগজিনসহ থ্ৰী নট থ্ৰী ৰাইফল, এটা হাতে সজা পিষ্টল, 4 টা HE 39 হেণ্ড গ্ৰেণেড, 3টা AK 47 ৰাইফলৰ মেগজিন, 6টা পিষ্টলৰ মেগজিন, তাঁৰসহ ৭টা ডিটনেটৰৰ বাণ্ডিল, HE 39 গ্ৰেণেডৰ 7টা স্প্ৰিং, HE 39 গ্ৰেণেডৰ 9টা ডিটেনেটৰ, 3টা ওৱাৰলেছ ছেট, 7টা বিষ্ফোৰক, একে 47 ৰাইফলছৰ 180টা সঁজীৱ গুলী, 9 এমএম পিষ্টলৰ 66টা সঁজীৱ গুলী, আৰু ’22 পিষ্টলৰ 31টা সজীৱ গুলী ৷ অৱশ্যে অস্ত্ৰ-শস্ত্ৰখিনিৰ লগত আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হল যদিএ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাৰবি পাহাৰ আৰক্ষীৰ তৎপৰতাৰ বাবে এক ভয়ঙ্কৰ কুটাঘাত মূলক আক্ৰমণৰ পৰা ৰক্ষা পৰিল বুলি সচেতন মহলত চৰ্চা হৈছে ৷ দুই পাৰ্বত্য জিলাৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তি চুক্তিৰ জৰিয়তে মূল সূঁতিলৈ ঘূৰি আহিছে যদিও জিলাখনত পুনৰ এই বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

প্ৰসংগ ক্ৰমে, উল্লেখ যোগ্য যে, যোৱা ১০ ডিচেম্বৰত দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ ৰংমংবেৰ এটি ব্ৰীজ নিৰ্মাণ কামত নিয়োজিত মিস্ত্ৰিক কৰ্মস্থানৰ পৰাই তিনিজনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰি নিছিল ৷ উক্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে একেখন গাঁৱৰ অমৰজ্যোতি তেৰাঙক আটক কৰিছিল ৷ অমৰজ্যোতি তেৰাঙৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উক্ত অপহৰণ কাণ্ডত আৰু তিনিজন লোক জড়িত থকা বুলি জানিব পাৰি তদন্ত আৰম্ভ কৰে আৰু অপহৃতা চন্দন দে’ক সুস্থ শৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

অৱশেষত তদন্তক্ৰমে কাৰবি আংলং আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত ৰংমংবে খ্ৰীষ্টানবস্তিৰ জেকছন ৰংহাঙৰ অৱস্থিৰ উমান পাই কাষৰ ঘন জংঘলত অভিযান চলায় ৷ অভিযান কালত জেকছন ৰংহাঙে আৰক্ষীৰে গুলিয়াগুলীত লিপ্ত হয় ফলত আৰক্ষীৰ প্ৰত্যুত্তৰত জেকছন ৰংহাঙ গুৰুতৰ বাবে জখম প্ৰাপ্ত হয় ৷ জেকছন ৰংহাঙক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে জেকছনক মৃত ঘোষণা কৰিছিল৷

Tags: Featured
Share4Tweet3Send

Related Posts

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
50
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ
Earthquake

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু
Earthquake

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026
50
Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx