ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত অনুষ্টুপীয়াকৈ নেতাজী ১২৫ সংখ্যক জন্ম জয়ন্তী পালন

News Desk by News Desk
January 23, 2022
Reading Time: 1 min read
A A
0
ডিফুত অনুষ্টুপীয়াকৈ নেতাজী ১২৫ সংখ্যক জন্ম জয়ন্তী পালন

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত আজি কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মজয়ন্তী পালন কৰা হয় ৷ এই উপলক্ষে আজি ডিফু আৱৰ্ত ভৱনৰ সন্মুখত থকা নেতাজীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পনেৰে গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰা হয় ৷ কাৰবি আংলং নেতাজী কনচাইন্স কো-অৰ্ডিনেছন ছ’চাইটিৰ সভাপতি পিণ্টু দত্তই পতাকা উত্তোলন কৰে ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোত উপস্থিত থাকে নেতাজী কনচাইন্স কো অৰ্ডিনেছন ছ’চাইটিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত সেন, সম্পাদক ৰাজীৱ চক্ৰৱৰ্তী আৰু কাৰ্যকৰী সভাপতি গৌতম ৰয় আৰু ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষ উপস্থিত থাকি ভাষণ প্ৰসংগত নেতাজীৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি নেতাজীৰ আদৰ্শেৰে অনুপ্ৰাণিত দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে ৷

dp1 1 | ASSAM TIMES POST

আনহাতে ডিফু ফ’ৰেইন গুডছ বিক্ৰেতাসকলেও প্ৰতি বছৰৰ দৰে এইবছৰো ডিফু নগৰ আৰক্ষীৰ চকীৰ সমীপতো তদ্ৰুপ নেতাজীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন কৰে ৷ ৰঙ-বিৰঙী বেলুন ওলোমোৱাৰ লগতে নেতাজীৰ ১২৫ সংখ্যক জন্মদিৱসৰ লগত সংগতি কেক কাটি জন্ম জয়ন্তী উদযাপন কৰে ৷ উক্ত কাৰ্যসূচীত সমাজ কৰ্মী পিণ্টু দত্ত, বিশিষ্ট সাহিত্যিক ৰঞ্জিত সেন, গীতা বৰা আৰু গণ্যমান্য ব্যকিতিসকল উপস্থিত থাকি নেতাজীৰ প্ৰাতিকৃতিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

ADVERTISEMENT
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
50
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ
Earthquake

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT