![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নগাঁও ঘটনাত অভিযুক্ত আৰক্ষী প্ৰদীপ বনিয়াৰ বিৰুদ্ধে এজাহৰ। গুলিবিদ্ধ ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ পিতৃয়ে উপ-পৰিদৰ্শক বনিয়া বিৰুদ্ধে নগাঁও সদৰ থানাত দাখিল কৰে এজাহাৰ। ইতিমধ্যে এজাহাৰৰ ওপৰত ভিত্তি কৰি গোচৰ ৰুজু হৈছে। জামিন বিহীন ধাৰাত নগাঁও সদৰ থানাত গোচৰ ৰুজু হৈছে।
উল্লেখ্য যে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৩২৬/৩০৭/৫০৬ধাৰাত গোচৰ ৰুজু হৈছে।













