ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আজি শুভ মহালয়াঃ ধৰাৰ বুকুলৈ নামিল দেৱী দূৰ্গা

ASSAM TIMES POST by ASSAM TIMES POST
September 29, 2019
Reading Time: 1 min read
A A
0
আজি শুভ মহালয়াঃ ধৰাৰ বুকুলৈ নামিল দেৱী দূৰ্গা

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নগাঁওঃ শাৰদীয় দুৰ্গাপূজালৈ মাজত মাথো পাঁচটা দিন। আজি ধৰাৰ বুকুলৈ নামিল দেৱী দুৰ্গা। অশুভ শক্তিক বিনাশ কৰিবলৈ মত্যলৈ নামিল শক্তিৰূপিণী মা দুৰ্গা।মহালয়াৰ এই পবিত্ৰ দিনটোত দেৱী দুৰ্গাক পূৰ্জা,আৰাধনা, স্তুতি-মিনতিৰে ভক্তি অৰ্ঘ প্ৰদান কৰিবলৈ পুৱতি নিশাৰে পৰা ৰাজ্যত প্ৰৱল উৎসাহ।

RELATED POSTS

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

10ac2c08 79de 471c 91cd 6c2e0e03685f | ASSAM TIMES POST

উল্লেখযোগ্য যে এইবাৰ দেৱী দুৰ্গা ঘোৰাত উঠি মত্যলৈ আগমন কৰিছে।অনুৰূ পধৰণে দেৱী দুৰ্গাই এইবাৰ ঘোঁৰাতেই মত্যৰ পৰা গমন কৰিব। শৰতৰ কাঁচলিত ধৰি,শুভ্ৰ শেৱালীৰ সুবাস শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আনন্দ মুখৰ পৰিৱেশ।

আজি মহালয়াৰ শুভক্ষনত সমগ্ৰ দেশৰ লগতে নগাঁৱতো উখল-মাখল পৰিৱেশ। উখল মাখল পৰিবেশৰ মাজেৰে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বীণাপাণি পূজা আৰু নাট্য সমিতিৰ ১৫০ বছৰীয়া দুৰ্গা পূজাৰ দিনা পুৱা মহালয়াৰ শুভৰাম্ভ হয়।

be511c14 4348 4b49 bc4d 6297430597d3 | ASSAM TIMES POST

নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত বীণাপাণি পূজা আৰু নাট্য সমিতিৰ দুৰ্গা পূজাই চলিত বৰ্ষত ১৫০ বছৰত ভৰি দিলে। ১৫০ বছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে বীণাপাণি পূজা সমিতিত শণিবাৰে মহালয়াৰ দিনটোৰ পৰা ১১ দিনীয়া কাৰ্যসূচীৰে দূৰ্গোৎসৱৰ আৰম্ভণি হয়। এই উপলক্ষে শণিবাৰে পুৱা পতাকা উত্তোলনৰে জয়ন্তী উৎসৱৰ শুভাৰম্ভ হয়।

ইয়াৰ পিছতেই চহৰখনৰ মাজেদিয়েই উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে। শুভাৰম্ভ অনুষ্ঠানৰ লগত সংগতি ৰাখিয়ে ফনিভূষন শৰ্মাৰ পৰিকল্পনা, পাপু কলিতাৰ কথা আৰু চন্দন বেজবৰুৱাৰ সুৰেৰে প্ৰস্তত কৰা “তুমি বীণাপাণি” শীৰ্ষক ভক্তিমূলক গীতো মুকলি কৰা হয়।

Tags: Featured
Share4Tweet3Send

Related Posts

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx