ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান বিষয়ৰ বিভিন্ন প্ৰতিযোগিতা সম্পন্ন

ASSAM TIMES POST by ASSAM TIMES POST
January 28, 2022
Reading Time: 1 min read
A A
0
টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান বিষয়ৰ বিভিন্ন প্ৰতিযোগিতা সম্পন্ন

RELATED POSTS

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

logo new 2 1 | ASSAM TIMES POST

নলবাৰীৰ প্ৰতিবেদক:

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত ২৭ জানুৱাৰিত টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনত টিহু খণ্ডৰ অন্তৰ্গত বিদ্যালয়বোৰৰ শিক্ষাৰ্থীৰ মাজত বিজ্ঞান ভিত্তিক আৰ্হি, আকস্মিক বক্তৃতা আৰু প’ষ্টাৰ অংকন বিষয়ক প্ৰতিযোগিতা সম্পন্ন হয়।

5d16f41a 82fb 4ef7 be2c 244891fa3e4d | ASSAM TIMES POSTএই উপলক্ষে পুৱাৰ ভাগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পতাকা উত্তোলন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু খণ্ডৰ সমন্বয়ক অণিমা কলিতা ডেকাই। গছপুলি ৰোপণ কৰে সমগ্ৰ শিক্ষাৰ বাক্সা জিলাৰ জিলা আঁচনি বিষয়া প্ৰণৱজ্যোতি কলিতাই। প্ৰতিযোগিতা উদ্বোধন কৰে ভাৰতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত মেধিয়ে।

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নলবাৰী জিলাৰ সমন্বয়ক প্ৰদীপ মহন্তই এই প্ৰতিযোগিতাবোৰৰদ্বাৰা শিক্ষাৰ্থীসকলৰ হ’ব পৰা অভিজ্ঞতা, অৰ্হতা, জ্ঞান আৰু পাব পৰা সুবিধা সন্দৰ্ভত বিতং কয়। বিশিষ্ট শিক্ষাব্ৰতী হৰেন্দ্ৰনাথ শৰ্মা আৰু টিহু মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপিকা ডঃ দীপালী দাস ডেকায়ো শিক্ষাৰ্থীসকলৰ উদ্দেশি ভাষণ প্ৰদান কৰে।

ইয়াৰ পাছত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ সঞ্চালনাত হোৱা বঁটা বিতৰণী আৰু অভিনন্দন অনুষ্ঠানত টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক প্ৰমোদ ডেকা, সাংবাদিক অজিত কুমাৰ শৰ্মা, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু খণ্ডৰ সমন্বয়ক অণিমা কলিতা ডেকা আৰু ভাস্কৰজ্যোতি কলিতাই প্ৰাসংগিক ভাষণ প্ৰদান কৰে।

এই অনুষ্ঠানত ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নলবাৰী জিলাৰপৰা বাছনি হোৱা টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী জিষ্ণুপ্ৰিয়া কলিতা আৰু সঞ্জনা কাশ্যপক সাদৰ অভিনন্দন জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতাত প্ৰথম টিহুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থীদ্বয় ক্ৰমে দেৱৰ্ষি মেধি আৰু ধৃতিৰাজ চৌধুৰী, দ্বিতীয় টিহু ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীদ্বয় ক্ৰমে হৰ্ষিতা শৰ্মা আৰু প্ৰিয়া দাস, তৃতীয় স্থান লাভ কৰে হাৰিভাঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী জুমন বৰ্মনে।

প’ষ্টাৰ অংকন প্ৰতিযোগিতাত প্ৰথম টিহুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থী বিকিকেশ হালৈ, দ্বিতীয় টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী মৌচম ডেকা আৰু তৃতীয় স্থান লাভ কৰে টিহু ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী মধুস্মিতা ৰয়ে।

আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী ৰাহুল পাঠক, দ্বিতীয় টিহুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থী দেৱৰ্ষি মেধি আকৌ তৃতীয় স্থান টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী ৰক্তিম ৰাজমেধিয়ে লাভ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share10Tweet7Send

Related Posts

“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”
Assam

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

by ASSAM TIMES POST
November 1, 2026
53
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

by News Desk
October 31, 2026
51
Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত
Assam

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
October 31, 2026
51
Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা
ALL NEWS

Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা

by News Desk
October 31, 2026
52
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু
Assam

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

by News Desk
October 30, 2026
51
Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত
Assam

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

by News Desk
October 29, 2026
51
ADVERTISEMENT
DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

November 1, 2026
64
“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”
Assam

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

November 1, 2026
53
Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
BREAKING NEWS

Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

November 1, 2026
51
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

November 1, 2026
“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

November 1, 2026
Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

November 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d