ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডবকাত তিনিজন ড্ৰাগছ আসক্ত গ্ৰেপ্তাৰ : ড্ৰাগছ নাখালে পিঠি বিষাই শিক্ষকৰ

News Desk by News Desk
January 28, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক

RELATED POSTS

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

ডবকাৰ ভেলেউগুৰি আদৰ্শ বিদ্যালয়ৰ শিক্ষকৰ আজব কাণ্ড। শৰীৰ বিষাই থকাৰ বাবেই হেনো ড্ৰাগছ খাই শিক্ষক বাপ্পন‌ দেই। হোজাইৰ যমুনামুখত ৰাইজে খেদি খেদি আটক কৰে শিক্ষকসহ দুই ড্ৰাগছ আসক্ত যুৱকক। পথাৰৰ মাজৰ পৰা ৰাইজে আটক কৰে মুশ্বাইদ আলী, অশোক ৰায় আৰু বাপ্পন দে নামৰ শিক্ষকক।

ধৃত তিনি যুৱকৰ পৰা ব্ৰাউন চুগাৰৰ কন্টেইনাৰ উদ্ধাৰ হয়। ৰাইজে যমুনামুখ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ ধৃত তিনিওকে চমজি লয়। ধৃত যুৱক তিনিজন ক্ৰমে নগঞাপামৰ মুসাইদ আলী, ডবকাৰ ভেলৌগুৰিৰ অশোক ৰায় আৰু বাপ্পন‌ দে।

উল্লেখযোগ্য যে, ধৃত বাপ্পন‌ দে পেছাত এগৰাকী শিক্ষক। তেওঁ হেনো ড্ৰাগছ নাখালে পিঠি বিষায়। তিনিওজনকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx