ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিক্ষা সংসদৰে আছুৰ বৈঠক; বিহু বিষয় বাতিল নকৰা আশ্বাস : আছু

News Desk by News Desk
February 14, 2022
Reading Time: 1 min read
A A
0
শিক্ষা সংসদৰে আছুৰ বৈঠক; বিহু বিষয় বাতিল নকৰা আশ্বাস : আছু

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

ৰাজ্য উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ‘বিহু’ আৰু ‘স্বদেশ’ অধ্যয়ন বিষয় দুটাৰ বাতিলৰ প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰসংগত সোমবাৰে মাধ্যমিক শিক্ষা সংসদৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল। সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা নেতৃত্বত যোৱা দলটোৱে সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা আৰু সচিবৰে মিলিত হয় বৈঠকত।ঐচ্ছিক বিষয় হিচাপে একাদশ আৰু দ্বাদশ শ্ৰেণীত সংসদে ২০২০-২১ শিক্ষা বৰ্ষত অন্তৰ্ভুক্ত কৰা অসমীয়া জাতীয় স্বাভিমান ‘বিহু’ বিষয়তো কি কাৰণত পাঠ্যক্ৰমৰ পৰা বাতিল কৰা বাবে চৰকাৰক আহ্বান জনাব লগা হৈছে তাৰ সবিশেষ আলোচনা কৰে।কোনো অসমীয়াই বিহু বিষয় বাতিলৰ যুক্তি দিয়াটোৱে অসমীয়া বাবে দুৰ্ভাগ্যজনক। জনতাৰ সৈতে আছে আছু। কোনো পৰিস্থিতিত বিহু আৰু স্বদেশ অধ্যয়ন বাতিল কৰিব নোৱাৰিব বুলি সংসদক শংকৰে স্পষ্ট কৰি দিয়ে।

ইফালে বৈঠকত সংসদে আছু দলটোক অৱগত কৰি কয়- বিষয়টো অন্তৰ্ভুক্ত কৰাত পূৰ্ব সমিতি খনে পৰিকল্পিত ভাৱে আগবঢ়া নাছিল।যি নেকি আছুৰ নেতৃত্বইয়ো অনুভৱ কৰা বুলি শংকৰে কয়। কিন্তু চিন্তা ভাল আছিল। পৰিকল্পনা সঠিক নথকা বাবেই বিষয়টো সন্দৰ্ভত খেলিমেলি আৰম্ভ হৈছে। বৰ্তমানৰ ৰুক্ম গোহাঁই বৰুৱা আৰু পুলক পাটগিৰি কমিটিয়ে পূৰ্ব কমিটী ভাল চিন্তাটোক পৰিকল্পিতভাৱে প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা দাবী জনায়।

আনহাতে আছু দাবী প্ৰতি আশ্বাস প্রদান কৰি সংসদে কয়- স্বদেশ অধ্যয়ন বিষয়টো ভূগোল আৰু বুৰঞ্জীৰ বিষয় হিচাপে অন্তৰ্ভুক্ত হ’ব। বিহু বিষয়ত ব্যৱহাৰিক দিশটোত থকা অসুবিধা নাইকিয়া কৰা বাবে শীঘ্ৰে বৈঠকত আলোচনা কৰা হ’ব। বিভিন্ন ব্যক্তি পৰামৰ্শৰে ব্যৱহাৰিক আৰু প্ৰায়োগিক দিশটো পৰিকল্পিতভাৱে আগবঢ়াই নিব। কোনো কাৰণত বিষয়টো বাতিল কৰা নহয়।চৰকাৰৰ সৈতে আলোচনা অন্তত সকলো বিষয় ৰাজহুৱা হ’ব। ইফালে আশ্বাসৰ অন্তত সাধাৰণ সম্পাদক বৰুৱাই কয়- বৈঠকৰ প্ৰতিটো আশ্বাস আখৰে আখৰে কাৰ্যকৰী হব লাগিব।অন্যথা গঢ়ি তোলা হব আন্দোলন।

উল্লেখ্য যে ইতিমধ্যে বিহু বিষয়টোক বাতিল কৰা বাবে সংসদে চলিত বৰ্ষ জানুৱাৰীৰ শেষৰ ফালে এক প্ৰস্তাৱ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল। সংসদে প্ৰেৰণ কৰা বিহু বিষয় বাতিল উক্ত প্ৰস্তাৱ পুনৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আৱেদন জনাব বুলি সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই কয়। বিহু বিষয়ৰ ব্যৱহাৰিক পৰীক্ষাৰ অনুষ্ঠিত কৰা বাবে পৰীক্ষক আৰু পৰিদৰ্শক নিয়োগ কৰাটোত সমস্যা হৈছে- অধ্যক্ষ বৰুৱাই কয়।

আনহাতে ভাৰত চৰকাৰৰ এক দেশ এক ভাষা সকলো ক্ষেত্ৰতে হ’ব নোৱাৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস কৰা দেশ ভাৰতবৰ্ষ।ইয়াত এক দেশ এক ভাষা নীতিৰ হ’ব নোৱাৰে।বাৰে বাৰে অসমীয়া ভাষা ওপৰত আক্ৰমণ সহ্য কৰা নহব।অসমীয়া ভাষা-সংস্কৃতি বিৰোধীৰ কাম- কাজ বন্ধ কৰক।অন্যথা অসমীয়া মানুহে হাত সাৱটি বহি নাথাকে।দিল্লীৰ শ্ৰুতলিপি অসমীয়াই নুশুনে বুলি চৰকাৰক স্পষ্ট কৰি দিয়ে শংকৰে।

শিক্ষামন্ত্ৰীয়ে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰী সংখ্যা কম হোৱা বাবেই বিষয়টো বাতিলৰ প্ৰস্তাৱ লোৱা বুলি উল্লেখ কৰা প্ৰসংগত শংকৰে কয়-কাউঞ্চিলত ঐচ্ছিক বিষয় আছে ৫৪টা আছে। বহু বিষয়ত ছাত্ৰ-ছাত্ৰী নথকা পাছতো চলি আছে সেইসমূহ বিষয়। কথক ১জন, হিন্দুস্থানী ভকেলত ৮জন, তবলা বিষয়ত ২জন শিক্ষাৰ্থী থকা পাছতো চলি আছে।কিন্তু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এটা বছৰতে ৯৯৬জন ছাত্ৰ-ছাত্ৰীয়ে বিহুত আৰু স্বদেশ অধ্যয়নত ১২হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে লৈছে। তেনে ক্ষেত্ৰত বিষয়দুটা বাতিলৰ কিয় প্ৰস্তাৱ লোৱা হৈছে বুলিও শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026
50
KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন
DIPHU

KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx