ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

২২-২৬ ফেব্ৰুৱাৰীত বিশেষ বিমানেৰে ভাৰতলৈ উভতাই অনা হ’ব ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক

News Desk by News Desk
February 19, 2022
Reading Time: 1 min read
A A
0
২২-২৬ ফেব্ৰুৱাৰীত বিশেষ বিমানেৰে ভাৰতলৈ উভতাই অনা হ’ব ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

আমেৰিকাৰ দাবী, ৰাছিয়াই ইউক্ৰেইন আক্ৰণৰ প্ৰস্তুতি চলাইছে৷ সীমান্তত সাজু কৰিছে বিশাল সেনাবাহিনী, যুদ্ধ বিমানকে ধৰি অন্যান্য গাড়ী আৰু যুদ্ধৰ সা-সৰঞ্জাম৷ ইফালে মস্কোৰ তৰফৰ পৰা ইউক্রেইনৰ সৈতে যুদ্ধৰ সম্ভাৱনা নাকচ কৰা হৈছে। ৰুছ প্রতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্র আইগৰ কোনাশেনকভে মঙলবাৰে জনাইছিল, দক্ষিণ আৰু পশ্চিম প্রদেশৰ সেনাবাহিনীৰ সংশ্লিষ্ট পেৰেড শেষ হোৱাত তেওঁলোক ঘাটিলৈ উভতি গৈছে। কিন্তু বৃহস্পতিবাৰে উপগ্রহ চিত্র দাঙি ধৰি আমেৰিকাই দাবী কৰে, ইউক্রেইন সীমান্তৰ পৰা সেনা আঁতৰোৱাতো দূৰৈৰ কথা, এতিয়াও ক্রমাগত সেনা পঠাই আছে মস্কোই। ইউক্রেইন সীমান্তৰ ৫০ কিলোমিটাৰৰ ভিতৰত অন্তত ১৪টা ঘাটি বনাইছে ৰুছ ফৌজে। দ্রুততাৰে সীমান্তলৈ সেনা পঠাবলৈ নিশাৰ ভিতৰতে নিৰ্মাণ কৰা হৈছে অস্থায়ী সেতু।

এই পৰিস্থিতিতে ক্রাইমিয়াৰ বন্দৰত কেইদিনমান পূৰ্বেই উপস্থিত হয় তিনিখন ৰুছ যুদ্ধজাহাজ। ২০১৪ৰ পৰা ৰাছিয়াই ইউক্রেইনৰ এই অংশটো নিজৰ দখলত ৰাখি থৈছে। তাত সক্রিয় ৰুছপন্থী বিদ্রোহীসকলৰ সৈতে ইতিমধ্যেই ইউক্রেইন সেনাৰ কেইবাটাও পৰ্যায়ত সংঘর্ষ হোৱা বুলি আমেৰিকাসহ পশ্চিমীয়া সংবাদ মাধ্যমবোৰৰ দাবী। আমেৰিকাৰ চোৰাংচোৱা বাহিনীর এক ৰিপোর্টত দাবী, এই মুহূর্তত ইউক্রেইন সীমান্তত অতিকমেও ১ লক্ষ ৯০ হাজাৰ সেনা মজুত কৰিছে ভ্লাডিমিৰ পুটিন চৰকাৰে।

এনে সম্ভাৱ্য যুদ্ধ পৰিস্থিতিত ইউক্রেইনত আবদ্ধ হৈ পৰা ভাৰতীয় বিশেষকৈ শিক্ষাৰ্থীসকলক উভতাই আনিবলৈ সক্রিয় হৈছে নতুন দিল্লী। শুকুৰবাৰে এয়াৰ ইণ্ডিয়াই জনাইছে, অহা ২২, ২৪ আৰু ২৬ ফেব্রুৱাৰীত ইউক্রেইনত আবদ্ধ ভাৰতীয়সকলক উভতাই আনিবলৈ বিশেষ বিমান চলোৱা হ’ব।

Tags: Featured
Share4Tweet3Send

Related Posts

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

ADVERTISEMENT
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT