![]()
নিউজ ডেস্কঃ
হত্যা আৰু ধর্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডত থকা গুৰমিত বাবা ৰাম ৰহিমৰ বাবে জেড প্লাছ (Z+) কেটেগৰীৰ সুৰক্ষাৰ বন্দোৱস্ত কৰা হ’ল।
কেইদিনমানৰ বাবে ৰেহাই পাইছে তেওঁ। অনুমান কৰা হৈছে, খালিস্তানি বিদ্ৰোহীয়ে গুৰমিতৰ ওপৰত আক্ৰমণ কৰিব পাৰে। চলিত বছৰৰ আৰম্ভণিতেই (৭ জানুৱাৰী) স্বঘোষিত গুৰুজনক ২১ দিনৰ সাময়িক ছুটি দিছিল হাৰিয়ানা চৰকাৰে। চৰকাৰেই সুৰক্ষাৰ ব্যৱস্থা কৰিছে ।










