ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গিনিছ বুকতো নাম আছে বাপ্পি লাহিড়িৰ, কিয় জানেনে?

News Desk by News Desk
February 22, 2022
Reading Time: 1 min read
A A
0
গিনিছ বুকতো নাম আছে বাপ্পি লাহিড়িৰ, কিয় জানেনে?

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

নিউজ ডেস্কঃ

যোৱা ১৩ ফেব্ৰুৱাৰীত মুম্বাইৰ ব্রিচ কেণ্ডি হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে বলিউডৰ ‘ৰক ষ্টাৰ’ বাপ্পি লাহিড়িয়ে। তেওঁ গুচি গ’লেও তেওঁৰ স্মৃতি সদায় সজীৱ হৈ থাকিব মানুহৰ হৃদয়ত। কেৱল ভাৰততেই তেওঁৰ জনপ্রিয়তা সীমাবদ্ধ নাছিল। ভাৰতৰ সীমা পাৰ কৰি আন্তর্জাতিক খ্যাতিও লাভ কৰিছিল৷

মুম্বাইতে চলিছে মাইকেল জেকছৰ কনচার্ট। সময়টো ঠিক নব্বৈৰ দশকৰ মাজমানৰ। ভাৰতীয় সঙ্গীত জগতৰ পৰা তালৈ এজনকেই আমন্ত্রণ জনোৱা হৈছিল, তেৱেঁই হৈছে বলিউডৰ ডিস্কো কিং বাপ্পি লাহিড়ি। ডিস্কো কিঙৰ নাম উঠিছিল গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডতো। আনকি হলিউডি ছবিতো তেওঁৰ গান ব্যৱহাৰ হৈছিল।

bappi lahiri | ASSAM TIMES POST

এটা বছৰত সর্বাধিক গান ৰেকর্ডৰ বাবেই গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডত নাম উঠিছিল বাপ্পি লাহিড়িৰ। ১৯৮৬ চনত ৩৩ খন ছবিৰ বাবে ১৮৬ টা গান ৰেকর্ড কৰিছিল তেওঁ।

আনহাতে, বাপ্পি লাহিড়িয়েই একমাত্র ভাৰতীয় সুৰকাৰ যাক বিবিচি লণ্ডনৰ হৈ লাইভ অনুষ্ঠানৰ অনুৰোধ জনাইছিল জোনাথন ৰছে। ‘জাষ্টিচ ফৰ উইডোজ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে তেওঁক ‘হাউছ অব লর্ডছ’ সন্মানো দিয়ে।

কেৱল ইমানেই নহয়, ২০১১ চনত আমেৰিকান আইডল জিঅ’ শ্বন বাৰোজৰ সৈতে তেওঁ ‘ৱাকিং অন লাভ ষ্ট্ৰীট’ নামৰ এটি এলবাম কৰে। ‘ইউ ড’ন্ট মেচ্চ উইথ গ্য জোহানছ’ নামৰ হলিউডৰ এখন ছবিতো বাপ্পি লাহিড়িৰ বিখ্যাত গান ‘জিমি জিমি’ ব্যৱহাৰ কৰা হয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 7, 2026
50
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

by News Desk
August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

by News Desk
August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

by News Desk
August 7, 2026
50
ADVERTISEMENT
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT