![]()
নিউজ ডেস্কঃ
বিশ্বত্ৰাস স্পিনাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু। এসময়ৰ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ প্ৰধান অংগ ৱাৰ্ণৰ মৃত্যুৰ সময়ত বয়স হৈছিল মাত্র ৫২ বছৰ। হৃদৰোগত আক্রান্ত হৈ ৱাৰ্ণৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে।
সম্প্রতি টাইৱানত নিজৰ বাংলোত থাকিব লৈছিল তেওঁ। তাতেই হৃদৰোগত আক্রান্ত হয় ৱাৰ্ণ।













