ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বৰ্ণাঢ্য কাৰ্যসূচীৰে বকলীয়াঘাট প্ৰেছ ক্লাবৰ দ্বি বাৰ্ষিক অধিৱেশন সম্পন্ন

News Desk by News Desk
March 9, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰঃ

RELATED POSTS

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

ডিফু : বুধবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত বকলীয়াঘাট প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি সফলতাৰে সম্পন্ন হৈ যায় ৷ অধিৱেশনখনিৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ৯ বজাত বকলীয়াঘাট প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি ৰাধেশ্যাম গুপ্তাই ৷

শ্বহীদ তৰ্পন কৰে বকলীয়াঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সম্বোদৰ বৰাই, বৃক্ষ ৰোপন কৰে প্ৰতিষ্ঠাপক সম্পাদক ভূৱন চন্দ্ৰ দত্তই ৷ ইয়াৰ পিছত সাধাৰণ সম্পাদক লম্বোদৰ বৰাই আমন্ত্ৰিত অতিথি কাৰবি আংলঙৰ ভিন্ন প্ৰান্তৰ সাংবাদিকসকলক চিনাকি কৰাই দিয়াৰ লগতে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

ইয়াৰ পিছত বকলীয়াঘাট প্ৰেছ ক্লাবৰ সভাপতি ৰাধেশ্যাম গুপ্তাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাখনৰ উন্মোচন কৰে বিধায়ক বিদ্যাছিং ইংলেঙে ৷ নিজৰ ভাষণ প্ৰসংগত নিৰ্দিষ্ট বক্তা সঞ্জু বৰাই বৰ্তমান সময়ত সাংবাদিকসকলৰ ব্যক্তিগত আৰু অৰ্থনৈতিক নিৰীপত্তাৰ ওপৰত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে৷

অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ বহু সাংবাদিক নিধন হ’বলগীয়া হৈছে ৷ অৰ্থনৈতিক অভাৱৰ বাবেই মফচলীয়া আৰ গ্ৰাম্য সাংবাদিক আৰু ক্ষুদ্ৰ কাকতগোষ্ঠীও বহু অভাৱৰ-অনাটনৰ সন্মুখীন হ’বলগীয়া হয় ৷

আনহাতে মুখ্য অতিথি হিছাপে পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে নিজৰ ভাষণত কয় যে, মানুহ হৃদয়ৰ পৰা সৃষ্টি হয় ৷ হৃদয়ৰ পৰা সৃষ্টি হোৱা কবিতা অমৰ হয় ৷ আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বকলীয়াঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক লম্বোদৰ বৰাই কয় যে, বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেষনৰ পৱিত্ৰক্ষণতেই জিলাখন তিনি সুযোগ্য ব্যক্ত ক্ৰমে, ২০২২ বৰ্ষৰ প্ৰথমবাৰৰ বাবে বলোৰাম হাজৰিকা সোঁৱৰণি বঁটা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সুভাষ দাস সোঁৱৰণি ইংলেং আতুৰ বঁটা কণ্ঠশিল্পী জয়মতী নাৰ্জাৰী আৰু শংকৰ দত্ত সোঁৱৰণি গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয় নাৰায়ণ বৰুৱাক ৷

তেওঁ কয় যে, পাহাৰৰ যিসকল সাংবাদিকে দীৰ্ঘ দিনৰ পৰা বহু কষ্টেৰে সাংবাদিকতা কৰি আহিছে তাৰ স্বীকৃতি হিছাপেই সাংবাদিকতা বঁটা প্ৰদানৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ বঁটা প্ৰদান অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ অনুপস্থিত আছিল ৷ মুকলি সভাত বকলীয়াঘাট প্ৰেছ ক্লাৱৰ ২০২২ বৰ্ষৰ ‘বকলীয়াঘাট’ শীৰ্ষক মুখপত্ৰখনিৰ শুভ উন্মোচন কৰা হয় ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
50
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল
National-International

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

August 5, 2026
50
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

August 5, 2026
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx