ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

নিউজ ডেস্কঃ

News Desk by News Desk
August 5, 2026
Reading Time: 1 min read
A A
0
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

পাকিস্তানৰ চোৰাংচোৱা সংস্থা (ISI) আই এছ আইৰ সমৰ্থিত ৯ জন সন্দেহযুক্ত সন্ত্ৰাসবাদী (9 suspected terrorists)ক পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ (Punjab police arrested) কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, সীমান্তত সন্ত্ৰাসবাদ সংঘটিত কৰি অশান্তিৰ সৃষ্টি কৰিব পৰা একাংশ লোকক নিযুক্তি দি দুটা গোটত বিভক্ত কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত চাৰিজন নাবালকো আছে।

প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে এই সন্ত্ৰাসবাদীসকলে পাকিস্তানৰ পৰা অহা আই এছ আই হেণ্ডলাৰৰ নিৰ্দেশনা অনুসৰি কাম কৰি আছিল। গ্ৰেপ্তাৰ হোৱা লোকসকলে স্থানীয় যুৱক-যুৱতীসকলৰ ব্ৰেইন বাশ্ব কৰি সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিবলৈ নিযুক্তি দিয়াৰ কাম কৰিছিল আৰু তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ দৰে কামত লিপ্ত কৰিছিল। ৰাজ্যিক আৰক্ষীৰ ডিজি গৌৰৱ যাদৱে কয়, “অমৃতসৰ উপায়ুক্ত আৰক্ষীয়ে আই এছ আইৰ সমৰ্থিত দুটা সন্ত্ৰাসবাদী মডিউলৰ ৯ জন সদস্যক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰাসকলৰ পৰা তিনিটা পিষ্টল, চাৰিটা পেট্ৰ’ল বোমা আৰু ৯টা কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।”

pun | ASSAM TIMES POST
পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

ৰাজসাংসী অঞ্চলৰ পৰা প্ৰথমে তিনি নাবালককে ধৰি চাৰিটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষী সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। ধৃতসকলৰ ভিতৰত সুখমান সিঙে জেৰাৰ সময়ত স্বীকাৰ কৰে যে তেওঁলোকে আই এছ আইৰ নিৰ্দেশত কাম কৰি আছে। পাকিস্তানৰ পৰা আহিছিল এই আদেশ। কি কৰিব লাগে তাৰ সকলো নিৰ্দেশনা তাৰ পৰাই আহিছিল। সুখমানে দাবী কৰে যে নীট প্ৰতিবাদৰ সময়ত দিল্লীত যন্তৰ-মন্তৰত আক্ৰমণ কৰাৰ দায়িত্বও তেওঁলোকক দিয়া হৈছিল।

জেৰাৰ সময়ত সুখমানে আৰক্ষীক জনায় যে তেওঁ সঙ্গীসকলৰ সৈতে দিল্লীলৈ গৈ গোপন ষড়যন্ত্ৰ কৰিছিল। কিন্তু বৃহৎ শক্তি আৰু কটকটীয়া নিৰাপত্তাৰ বাবে মিছন বাতিল কৰিবলগীয়া হয়। তদন্তৰ সময়ত আৰক্ষীয়ে এই কথাও জানিব পাৰিছে যে উত্তৰ প্ৰদেশৰ পৰা তেওঁলোকৰ এজন সংগীয়ে যন্তৰ-মন্তৰত থকা প্ৰতিবাদস্থলীত আক্ৰমণ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী যোগান ধৰিছিল। সেই বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ লৈ সুখমান আৰু তেওঁৰ সংগীসকলে যন্তৰ-মন্তৰলৈ গৈছিল। কিন্তু আক্ৰমণৰ সুযোগ নোপোৱাত তেওঁলোক পুনৰ পঞ্জাবলৈ উভতি যায়। সুখমানক পঞ্জাব আৰু আৰক্ষী মুখ্য কাৰ্যালয়ত আৰক্ষী বিষয়াৰ গতিবিধি অনুসৰণ কৰাৰো দায়িত্ব দিয়া হৈছিল।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা লোকসকলক জেৰা কৰি আৰু চিচিটিভিৰ ফুটেজৰ ভিত্তিত সন্ত্ৰাসবাদীৰ দ্বিতীয়টো মডিউলৰ অনুসন্ধান কৰা হৈছে। তৰণ-তাৰণ আৰু অমৃতসৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দ্বিতীয় মডিউলৰ ৫ গৰাকী সন্ত্ৰাসবাদী। উল্লেখ্য যে দিল্লী আৰক্ষীয়ে পূৰ্বে দাবী কৰিছিল যে যন্তৰ-মন্তৰত নীট প্ৰতিবাদৰ ভিৰৰ মাজত বহু দুষ্কৃতিকাৰী প্ৰৱেশ কৰিছিল। তেওঁলোকক চিনাক্ত কৰিবলৈ ‘ফেচিয়েল ৰিকগনিচন’ ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ জৰিয়তে ২৫০০ লোকক চিনাক্ত কৰা হয়।

Tags: Pakterroristarrested
Share4Tweet3Send

Related Posts

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

by News Desk
August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

by News Desk
August 5, 2026
50
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

ADVERTISEMENT
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT