ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

নিউজ ডেস্কঃ

News Desk by News Desk
August 5, 2026
Reading Time: 1 min read
A A
0
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

শুনানিৰ প্ৰথমদিনাই অনুপস্থিত আছিল চিবিআইৰ অধিবক্তা। চিকিৎসা প্ৰৱেশ পৰীক্ষা (NEET-UG) ২০২৬ প্ৰশ্নকাকত ফাদিল গোচৰত (Paper leak case) গঠন হোৱা ফাষ্ট ট্ৰেক আদালতত শুনানিৰ দ্বিতীয়দিনা ন্যায়াধীশগৰাকীক বদলি কৰা হয়। প্ৰশ্নকাকত ফাদিল গোচৰত গঠন হোৱা ফাষ্ট ট্ৰেক আদালতৰ বিশেষ ন্যায়াধীশ অনু গ্ৰ’ভাৰ বালিগাই (Justice Anu Grover Baliga) ২৫ জুলাইত দায়িত্ব লৈছিল। কিন্তু মাত্ৰ এসপ্তাহতে তেওঁ বদলি (Transfer within a week) হয়।

ইয়াৰ পূৰ্বে নীটৰ আন এক প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানিৰ অভিজ্ঞতা থকা ন্যায়াধীশ অজয় গুপ্তাক ২০২৬ চনৰ প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতৰ দায়িত্ব দিয়া হয়। সন্ত্ৰাসবাদৰ গোচৰৰ বিচাৰৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ) আইনৰ অধীনত গঠন কৰা বিশেষ আদালতলৈ বদলি কৰা হৈছে ন্যায়াধীশ বালিগাক। সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ অধীনস্থ আদালতৰ ১৩৮ গৰাকী ন্যায়াধীশক সালসলনি কৰা হয়। এই তালিকাত আছে ন্যায়াধীশ বালিগা আৰু ন্যায়াধীশ গুপ্তা।

Neet1 | ASSAM TIMES POST
এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ অনু গ্ৰ’ভাৰ বালিগা, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

উল্লেখ্য যে ২৭ জুলাইৰ প্ৰথম দিনটোত ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ বালিগাই অভিযুক্ত বিকাশ বিৱাল আৰু দীনেশ বিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল। কিন্তু পুৱা ১০.৪৫ বজালৈকে চিবিআইৰ হৈ কোনো চৰকাৰী আইনজীৱী উপস্থিত নথকাৰ বাবে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰি শুনানি স্থগিত ৰাখে। ভৱিষ্যতে এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ তেওঁ ‘অভিযোগ সঞ্চালক’ক তৎক্ষণাত এজন বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে।

নীট প্ৰশ্নকাকত ফাদিলক লৈ ককৰোচ জনতা পাৰ্টীৰ আন্দোলনৰ মাজতে ২৩ জুলাইৰ পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে ২০২৬ চনৰ নীট প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত লোকসকলক ক্ষিপ্ৰ আৰু কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ ‘ফাষ্ট ট্ৰেক কোৰ্ট’ গঠন কৰা হ’ব। উল্লেখ্য যে সেইদিনা দুপৰীয়া চিবিআয়ে ২০২৪ চনৰ নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ মূল অভিযুক্ত সঞ্জীৱ মুখিয়াক ৰেহাই দি আদালতত কয় যে তেওঁৰ বিৰুদ্ধে প্ৰশ্নকাকত চুৰি বা বিক্ৰী কৰাৰ কোনো প্ৰমাণ নাই। যদিও বিহাৰ আৰক্ষীয়ে প্ৰথমে মুখিয়াক অভিযুক্ত হিচাপে ঘোষণা কৰিছিল, চিবিআইৰ এই ৰেহাইক লৈও ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে।

Tags: NEETpaperleakcase
Share4Tweet3Send

Related Posts

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ
National-International

by News Desk
August 5, 2026
50
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ
National-International

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

by News Desk
August 5, 2026
50
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা
National-International

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

by News Desk
August 5, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

ADVERTISEMENT
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
50
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
50
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ
National-International

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

August 5, 2026
50
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা
National-International

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT