ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

নিউজ ডেস্কঃ

News Desk by News Desk
September 21, 2026
Reading Time: 1 min read
A A
0
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

RELATED POSTS

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

New Logo Smal 1 | ASSAM TIMES POST

দিল্লী উচ্চ ন্যায়ালয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন স্থগিত ৰাখিছে। ন্যায়াধীশ প্ৰতিভা এম সিং আৰু ন্যায়াধীশ দীনেশ ভাটৰ বিভাগীয় বিচাৰপীঠে ৩০ ছেপ্টেম্বৰলৈ আবেদন স্থগিত ৰাখিছে।

সোমবাৰে ওমৰৰ জামিন গোচৰত চৰকাৰে কয় যে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজু অসুস্থ। এই গোচৰত তেওঁ যুক্তি দিব। গতিকে আদালতে তেওঁক সময় দিব লাগে। সেই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ৩০ ছেপ্টেম্বৰলৈতে শুনানি স্থগিত ৰাখিছে।

umar | ASSAM TIMES POST
শ্বাৰ্জিল ইমাম আৰু ওমৰ খালিদ

ইয়াৰ পূৰ্বে ওমৰ আৰু শ্বাৰ্জিলে যোৱা ৪ জুলাইত নিম্ন আদালতে জামিনৰ আবেদন নাকচ কৰাৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। দিল্লী হিংসাৰ গোচৰত ২০২০ চনৰ পৰা জেএনইউৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ আৰু শ্বাৰ্জিল জে’লত আছে। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ওমৰক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই বছৰৰ ২৫ আগষ্টত শ্বাৰ্জিলক গ্ৰেপ্তাৰ কৰা হৈছিল। দুয়োৰে বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়।

দিল্লী হিংসাত্মক ঘটনাত কমেও ৫৩ জন লোকৰ মৃত্যু হয়। প্ৰায় ৭০০ লোক আহত হয়। খালিদ ছাইফী আৰু তেতিয়াৰ আম আদমি পাৰ্টীৰ কাউন্সিলাৰ তাহিৰ হুছেইনৰ বিৰুদ্ধে বৃহত্তৰ ষড়যন্ত্ৰৰ বাবে গোচৰ ৰুজু কৰা হৈছিল। দিল্লী আৰক্ষীৰ বিশেষ কোষে তদন্ত কৰি আছিল। ইয়াৰ পূৰ্বে ওমৰ আৰু শ্বাৰ্জিলে জামিনৰ বাবে বাৰে বাৰে বিভিন্ন আদালতত আবেদন কৰি আহিছে। কিন্তু এতিয়ালৈকে তেওঁলোকৰ আবেদন অনুমোদন হোৱা নাই। উচ্চতম ন্যায়ালয়ে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত জামিনৰ আইনী মাপকাঠী পুনৰীক্ষণ কৰিবলৈ সন্মত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

by News Desk
September 21, 2026
50
Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব
National-International

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

by News Desk
September 21, 2026
50
Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ
National-International

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

by News Desk
September 21, 2026
50
Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়
National-International

Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়

by News Desk
September 21, 2026
50
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

by News Desk
September 21, 2026
50
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ
National-International

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

by News Desk
September 21, 2026
50
ADVERTISEMENT
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব
National-International

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d