ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 21, 2026
Reading Time: 1 min read
A A
0
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

RELATED POSTS

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

New Logo Smal 1 | ASSAM TIMES POST

ভোটাৰ তালিকাত জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ অভিযোগত চাপত পৰিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত দিল্লীৰ ৰৌজ এভিনিউ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বৈভৱ চৌৰাছিয়াই এই গোচৰত ছোনিয়াৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ আবেদন খাৰিজ কৰিছিল। কিন্তু সোমবাৰে দ্বাৰকা বিশেষ আদালতৰ ন্যায়াধীশ বিশাল গগনে সেই ৰায়ক “যুক্তিহীন আৰু ত্ৰুটিপূৰ্ণ” বুলি অভিহিত কৰি বাতিল ঘোষণা কৰে। উল্লখ্য যে এই গোচৰটো ৰৌজ এভিনিউ আদালতত দাখিল কৰিছিল চেণ্ট্ৰেল দিল্লী ক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ উপ-সভাপতি বিকাশ ত্ৰিপাঠীৰ অধিবক্তা পৱন নৰঙে। নিহত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বোৱাৰীয়েকে ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে দেশৰ নিৰ্বাচনী তালিকাত নাম পঞ্জীয়ন কৰিছিল বুলি অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী জনাই এই এফআইআৰ দাখিল কৰে। চৰকাৰী সংস্থাটোক ‘প্ৰৱঞ্চনা’ কৰি ‘প্ৰতাৰণা’ কৰা বুলি তেওঁ দাবী কৰে। ২০২৫ চনৰ ১০ ছেপ্টেম্বৰত ৰৌজ এভিনিউ আদালতে সেই গোচৰত অভিযোগকাৰীৰ তদন্তৰ আবেদন নাকচ কৰে। ন্যায়াধীশ চৌৰাছিয়াই কয় যে অভিযোগকাৰীৰ হাতত কোনো উপযুক্ত প্ৰমাণ নাই।

কিন্তু সোমবাৰে ন্যায়াধীশ গগনে ৰৌজ এভিনিউ আদালতৰ ৰায়দান বাতিল কৰি কয় যে ইয়াত কোনো যুক্তি দেখুওৱা হোৱা নাই আৰু ইয়াত সঠিক আইনী ৰায় প্ৰয়োগ কৰা হোৱা নাই। অভিযোগত তথ্যৰ অভাৱ বুলি দাবী কৰি দণ্ডাধীশে ভুল কৰিলে। আদেশত স্পষ্ট আইনী ভুল আছে। ন্যায়াধীশ গগনে কয় যে ২৯ ছেপ্টেম্বৰৰ পৰা বিশেষ আদালতত তদন্তৰ আবেদন পৰীক্ষাৰ শুনানি আৰম্ভ হ’ব। চলিত বৰ্ষৰ আৰম্ভণিতে আদালতে এই গোচৰৰ উত্তৰ দিবলৈ ছোনিয়া আৰু দিল্লী আৰক্ষীক চমন কৰিছিল।

son | ASSAM TIMES POST
নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

তুলনামূলকভাৱে বিজেপিৰ আইটি চেলৰ তেতিয়াৰ সৰ্বভাৰতীয় মুৰব্বী অমিত মালব্যই প্ৰথমে যোৱা বছৰৰ আৰম্ভণিতে ছোনিয়াৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মালব্যই ছ’চিয়েল মিডিয়াত অভিযোগ কৰিছিল যে ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ছোনিয়াৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। সেই অভিযোগৰ ভিত্তিত মালব্যই তেওঁৰ দাবীৰ সমৰ্থনত ‘নথি’ও দেখুৱাইছিল। ৪৫ বছৰ পূৰ্বে ছোনিয়াই নিৰ্বাচন আয়োগৰ সৈতে ‘গোপন বুজাবুজি’ কৰি ভোটাৰ তালিকা জাল কৰা বুলি দাবী কৰিছিল বিজেপি নেতাগৰাকীয়ে। অভিযোগ মতে, সেই সময়ত তেওঁ ভাৰতীয় নাগৰিকো হোৱা নাছিল। কিন্তু তাৰ আগতে অবৈধভাৱে ভোটাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছিল।

মালব্যই ১৯৮০ চনৰ ভোটাৰ তালিকাৰ এখন ছবি ‘প্ৰমাণৰ নথি’ হিচাপে পোষ্ট কৰিছিল । ১৯৪৬ চনত ইটালীত জন্মগ্ৰহণ কৰিছিল ছোনিয়াই। তেওঁৰ কুমাৰীকালৰ নাম আছিল ছোনিয়া মাইনো। ১৯৬৮ চনত ৰাজীৱ গান্ধীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতেই ভাৰতীয় নাগৰিকত্ব লোৱা নাছিল তেওঁ। বিজেপিয়ে দাবী কৰিছে যে ১৯৮০ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে ছোনিয়াৰ নাম প্ৰথমবাৰৰ বাবে নতুন দিল্লী সমষ্টিৰ ভোটাৰ তালিকাত উঠিছিল। সেই সময়ত গান্ধী পৰিয়ালটো তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰকাৰী বাসগৃহত বাস কৰিছিল। বিজেপিয়ে লগতে দাবী কৰে যে ১৯৮২ চনলৈকে ছোনিয়াৰ নাম ভোটাৰ তালিকাত আছিল। কিন্তু ১৯৮৩ চনত তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল। আবেদনকাৰী বিকাশে আদালতত দাবী কৰিছিল যে ১৯৮৩ চনৰ এপ্ৰিল পৰ্যন্ত ছোনিয়াৰ ভাৰতীয় নাগৰিকত্ব নথকা সত্ত্বেও ১৯৮০ চনৰ ১ জানুৱাৰীত ভোটাৰ তালিকাত তেওঁৰ নাম পঞ্জীয়ন হৈছিল। সেয়েহে ছোনিয়াৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগৰ তেওঁ তদন্তৰ দাবী জনায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SoniaGandhi
Share4Tweet3Send

Related Posts

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

by News Desk
September 21, 2026
50
Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব
National-International

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

by News Desk
September 21, 2026
50
Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ
National-International

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

by News Desk
September 21, 2026
50
Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়
National-International

Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়

by News Desk
September 21, 2026
50
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

by News Desk
September 21, 2026
50
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ
National-International

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

by News Desk
September 21, 2026
50
ADVERTISEMENT
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব
National-International

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d