ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

নিউজ ডেস্কঃ

News Desk by News Desk
August 5, 2026
Reading Time: 1 min read
A A
0
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিৰোধীৰ প্ৰতিবাদৰ বাবেই লোকসভাৰ আসন (Lok Sabha seat) পুনৰ নিৰ্ধাৰণ বিধেয়ক (Reaffirmation Bill)ক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰ। চলিত বৰ্ষাকালীন অধিৱেশনত এই বিধেয়কখন গৃহীত কৰিব পাৰিব নে নোৱাৰে তাক লৈ সংশয় (Doubt about the bill being passed)ত আছে নৰেন্দ্ৰ মোদী চৰকাৰ। এনে পৰিস্থিতিত তেওঁলোকে এই অচলাৱস্থা ভংগ কৰিবলৈ বিৰোধী দলৰ সৈতে কথা পতাৰ উদ্যোগ লৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বুধবাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰে। কিন্তু খবৰ অনুসৰি লোকসভাত বিৰোধী দলৰ নেতাগৰাকীৰ সৈতে মন্ত্ৰীগৰাকীৰ এক ঘণ্টীয়া বৈঠকত কোনো সমাধান পোৱা নগ’ল।

সংসদত বৰ্তমানৰ অচলাৱস্থা ভংগ কৰিবলৈ ৰিজিজুৱে ৰাহুল গান্ধীৰ সহায় বিচাৰে বুলি এক সূত্ৰই দাবী কৰিছে। লগতে তেওঁ আসন পুনৰ আবণ্টন বিধেয়ক আৰু মহিলা সংৰক্ষণ বিধেয়ক সংসদত পুনৰ উত্থাপন কৰিবলৈ কংগ্ৰেছৰ সহায় বিচাৰে।

lok | ASSAM TIMES POST
লোকসভা আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

অৱশ্যে একেটা সূত্ৰৰ মতে, ৰাহুল গান্ধীয়ে ৰিজিজুৰ প্ৰস্তাৱ নাকচ কৰে। সংসদত অচলাৱস্থা ৰুধিবলৈ দুটা চৰ্ত দিয়ে লোকসভাত বিৰোধী দলৰ নেতাগৰাকীয়ে। তাৰে এটা হ’ল ৰাম মন্দিৰৰ প্ৰণামী চুৰিৰ কথা সংসদত আলোচনা হ’ব লাগিব। আনটো হ’ল ২০ জুলাইত ককৰোচ জনতা পাৰ্টীৰ সংসদ অভিযানৰ দিনা ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত বক্তব্য দিব লাগিব। ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছত ৰিজিজুৱে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অমিত শ্বাহক সাক্ষাৎ কৰে।

যদিও ইয়াৰ পূৰ্বে এবাৰ বিফল হৈছিল, তথাপি চলিত অধিৱেশনত লোকসভাৰ আসন পুনৰ বিতৰণ বিধেয়কখন গৃহীত কৰিবলৈ কেন্দ্ৰই চেষ্টা চলাইছে। এই বিধেয়কখন গৃহীত কৰিবলৈ দুই তৃতীয়াংশ সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। শিৱসেনা (ইউ বি টি) আৰু তৃণমূলৰ সংসদীয় দলৰ বিভাজনৰ পিছত বিধেয়কখন গৃহীত কৰাত কোনো সমস্যা নহ’ব বুলি চৰকাৰ আশাবাদী। কিন্তু কেন্দ্রই এই বিধেয়কখনৰ প্রতিটো বিৰোধী দলৰ মতামত জানি এক ঐক্যমত স্থাপনৰ প্রয়াস কৰিছে৷

সূত্ৰ অনুসৰি, বুধবাৰে ৰিজিজুৱে আসন পুনৰ বিতৰণ বিধেয়ক সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিও জানিব বিচাৰে। সূত্ৰটোৱে দাবী কৰা মতে, ৰাহুল গান্ধীয়ে ৰিজিজুক জনাইছে যে এই বিষয়ত কংগ্ৰেছে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰি দিছে। সংসদত বিতং আলোচনা অবিহনে এই বিধেয়কখন সমৰ্থন নকৰে বুলি তেওঁ কয়।

Tags: ParliamentmonsoonSession
Share4Tweet3Send

Related Posts

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

by News Desk
August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

by News Desk
August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

by News Desk
August 5, 2026
50
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 5, 2026
50
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ
National-International

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

by News Desk
August 5, 2026
50
ADVERTISEMENT
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
50
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল
National-International

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

August 5, 2026
50
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

August 5, 2026
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT