ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাত্র ১৫ দিনৰ ব্যৱধানত হ’ব ২ ডাঙৰ গ্রহণ, এই ৰাশিৰ জাতকসকলে পাব আশাতীত সাফল্য

News Desk by News Desk
March 22, 2022
Reading Time: 1 min read
A A
0
মাত্র ১৫ দিনৰ ব্যৱধানত হ’ব ২ ডাঙৰ গ্রহণ, এই ৰাশিৰ জাতকসকলে পাব আশাতীত সাফল্য

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

নিউজ ডেস্কঃ

হিন্দু পঞ্চাঙ্গ অনুযায়ী, চলিত বছৰৰ ৩০ এপ্রিলত হ’ব সূর্যগ্রহণ। উক্ত সূর্যগ্রহণৰ ঠিক ১৫ দিন পিছতেই চন্দ্রগ্রহণ হ’ব। সকলো ৰাশিৰ জাতকসকলৰ ওপৰত এই দুই গ্রহণৰ প্রভাব পৰিব। কেইবাটাও ৰাশিৰ জাতকসকল গ্রহণৰ ফলত লাভৱান হ’ব। কেইবাটাও ৰাশিৰ জাতকসকলৰ ওপৰত আকৌ নেতিবাচক প্রভাব পৰিব। বছৰৰ প্রথম সূর্যগ্রহণ আৰু চন্দ্রগ্রহণৰ শুভ প্রভাব কোন কোন ৰাশিৰ জাতকসকলৰ ওপৰত পৰিব, চাওক এবাৰ –

মেষ :- জ্যোতিষশাস্ত্র অনুযায়ী, বছৰৰ প্রথম সূর্যগ্রহণ হ’ব মেষ ৰাশি। ১৫ দিনৰ ব্যৱধানত যি দুটি গ্রহণ হ’ব, তাৰ শুভ ফল লাভ কৰিব মেষ ৰাশিৰ জাতকসকলে। কর্মস্থলীত উন্নতিৰ যোগ সৃষ্টি হৈছে। মেষ ৰাশিৰ যিসকল জাতকে ব্যৱসায় কৰে, তেওঁলোকে মুনাফা লাভ কৰিব। এই সময়ত আপুনি যদি নতুন কোনো কাম আৰম্ভ কৰে, তেনেহ’লে সেয়া ভাল হ’ব পাৰে।

সিংহ :- সিংহ ৰাশিৰ জাতকসকলৰ ওপৰত চন্দ্রগ্রহণ আৰু সূর্যগ্রহণৰ প্রভাব পৰিব। এই সময়ত সিংহ ৰাশিৰ জাতকসকলৰ আর্থিক অৱস্থাৰ উন্নতিৰ সম্ভাবনা আছে। চাকৰিত পদোন্নতি হ’ব পাৰে। আয়ৰ নতুন দিগন্ত উন্মোচিত হোৱাৰ সম্ভাবনা আছে। অৱশ্যে বিনিয়োগৰ ক্ষেত্রত অধিক গুৰুত্ব দিব লাগিব।
ধনু :- ধনু ৰাশিৰ জাতকসকলৰ ওপৰত দুয়োটি গ্রহণৰেই শুভ প্রভাৱ পৰিব। এই সময়ত চাকৰিৰ ক্ষেত্রত নতুন সুযোগ পাব ধনু ৰাশিৰ জাতকসকল। তেওঁলোকৰ আর্থিক অৱস্থা ভাল হ’ব। সূর্যগ্রহণ আৰু চন্দ্রগ্রহণৰ সময়ত আপোনাৰ আধৰুৱা হৈ থকা কাম পূর্ণ হোৱাৰ প্রবল সম্ভাৱনা আছে।

Tags: Featured
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

June 14, 2026
50
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

June 14, 2026
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx