ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বিৰুধিতা, মূল্যবৃদ্ধি ৰোধ স্বায়ত্ত শাসনৰ দাবীলৈ চিপিআই (এমএল) কে ধৰি কেইবাটাও সংগঠনৰ ধৰ্ণা

ASSAM TIMES POST by ASSAM TIMES POST
October 3, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

ডিফুঃ জম্মু কাশ্মীৰত প্ৰযোজ্য হৈ থকা ভাৰতীয় সংবিধানৰ ৩৭০ অনুশ্ছেদ বাতিলৰ বিৰোধিতা কৰাৰ লগতে শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু কাৰবি আংলং আৰু ডিমা হাচাওকে সাঙুৰি এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবীত আজি ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সন্মূখত চিপিআই (এমএল) কে ধৰি কেইবাটাও সংঘটনে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

WhatsApp Image 2019 10 03 at 5.22.04 AM | ASSAM TIMES POST

পাহাৰীয়া জিলাখনৰ আগশাৰীৰৰ চিপিআই (এমএল) নেতা ৰবি কুমাৰ ফাংচ’ই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত কয়যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিয়েই জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুশ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ জনসাধাৰণক হেঁচা প্ৰয়োগ কৰাৰ লগতে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি সাধাৰণ জনতাক পণবন্ধী কৰি ৰাখিছে ৷

চৰকাৰৰ নিতীৰ প্ৰতিবাদ কৰিব বিচৰা সকলক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে সৰু সৰু ল’ৰাকো কাৰাৰুদ্ধ কৰা হৈছে বুলি নেতা গৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ লগতে অতি অমানৱীয়ভাবে এই সকল লোকক চৰকাৰে হাৰাশাস্তি কৰি অহা হৈছে বুলি ক্ষোভ উজাৰে ৷ এনে অৱস্থাত যোৱা দুটা মাহে কাশ্মীৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বিপৰীতে মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে বামপন্থী নেতা গৰাকীয়ে ৷

WhatsApp Image 2019 10 03 at 5.22.03 AM | ASSAM TIMES POST

ৰবি কুমাৰ ফাংচ’ৱে ইয়াকো কয়যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী মূল্যবৃদ্ধিৰ বাবে জনসাধাৰণে চৰম অস্বস্তি ভোগ কৰি আছে ৷ আনহাতে কাৰবি আংলং আৰু ডিমা হাচাওৰ ৰাইজে ভোগ কৰি অহা ষষ্ঠ অনুসূচীৰ ২৪৪ (ক) ৰ ক্ষমতা সমূহো এপদ- দুপদকৈ কাঢ়ি নিছে বুলি অভিযোগ কৰি কয়যে, জম্মু -কাশ্মীৰৰ পৰা অনুশ্ছেদ ৩৭০ বাতিল কৰাৰ আৰ্হিৰে পাহাৰীয়া জিলা দুখনৰ ষষ্ঠ অনুসূচীৰ ২৪৪(ক)ৰ সুবিধা কাঢ়ি নিব পাৰে বুলি পাহাৰীয়া জিলা দুখনৰ ৰাইজ শংকিত হৈ  পৰিছে ৷

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ক্ৰমে, এইছএছডিচি, কেএছএ, কেএনচিএ, আৰৱাইএ, আইছা, আইপোৱা, এছৱাইজে, এছৱাইচি,কানকিচ, নিৰ্মাণ শ্ৰমিক এআইচিটিও আদি সংগঠনে অংশ গ্ৰহণ কৰে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
ADVERTISEMENT
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx