ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

বেঙ্গালুৰুত গণধর্ষণৰ বলি নাৰ্ছ: ধৃত ৪

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 31, 2022
Reading Time: 1 min read
A A
0
বেঙ্গালুৰুত গণধর্ষণৰ বলি নাৰ্ছ: ধৃত ৪

logo new 2 1 1 4 1 3 4 6 | ASSAM TIMES POST

RELATED POSTS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা

বেঙ্গালুৰুত নাৰ্ছৰ চাকৰি কৰিবলৈ গৈছিল এগৰাকী যুৱতী। ফেচবুকৰ জৰিয়তে চিনাকি হয় এজন যুৱকৰ সৈতে। লগ কৰিবলৈ গৈ নির্যাতনৰ চিকাৰ হয়। চাৰিজনে মিলি গণধর্ষণ কৰে। বেঙ্গালুৰুৰ উক্ত গণধর্ষণ কাণ্ডত অৱশেষত চাৰিজনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।

গণধর্ষণধৃতকেইজন আকৌ সাঁতোৰবিদ। দিল্লীৰ পৰা থেকে বেঙ্গালুৰুলৈ আহিছিল সাঁতোৰৰ প্রশিক্ষণ ল’বলৈ। এটি ডেটিং এপত ৰজত নামৰ এজনৰ সৈতে পৰিচয় হয় যুৱতীগৰাকীৰ। নিজৰ মাজত ফোন নম্বৰ বিনিময় কৰে। ৰজতেই মাতি পঠায় তেওঁক। তাৰ পিছতেই এই কাণ্ড সংঘটিত হয়।নির্যাতিতাগৰাকী পশ্চিমবঙ্গৰ বুলি জানিব পৰা গৈছে।

নাৰ্ছবেঙ্গালুৰুৰ এখন হস্পিটেলত নাৰ্ছৰ চাকৰি কৰে। যোৱা ২৪ অক্টোবৰত ৰজতে তেওঁক নৈশভোজৰ আমন্ত্রণ জনায়। তাতেই তেওঁক ৰজত আৰু তেওঁৰ তিনি বন্ধুই মিলি গণধর্ষণ কৰে। পিছদিনা তেওঁ থানাত অভিযোগ দিয়ে। ইয়াৰ পিছতে আৰক্ষী তদন্তত নামি বিভিন্ন স্থানৰ পৰা চাৰিওজনকে গ্ৰেপ্তাৰ কৰে।

Tags: Gang rapeগণধর্ষণ
Share4Tweet3Send

Related Posts

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
50
Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা
BREAKING NEWS

Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা

by ASSAM TIMES POST
December 23, 2025
50
West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region
BREAKING NEWS

West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region

by ASSAM TIMES POST
December 23, 2025
50
Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে
BREAKING NEWS

Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

by ASSAM TIMES POST
December 22, 2025
50
Assam-Meghalaya border : অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ: আক্ৰমণত এজন নিহত
BREAKING NEWS

Assam-Meghalaya border : অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ: আক্ৰমণত এজন নিহত

by ASSAM TIMES POST
October 9, 2025
50
ADVERTISEMENT
Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু
National-International

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
50
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
50
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎
National-International

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকচান পূৰণ কৰিবলৈ ২.৫ লাখ কোটিৰ বিশেষ ঋণ আঁচনি মোদী চৰকাৰৰ

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx