ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Minor rape case I মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ

Staff Reporter by Staff Reporter
June 22, 2026
Reading Time: 1 min read
A A
0
Minor gang rape : বিয়া খাবলৈ গৈ গণধর্ষণৰ চিকাৰ ১৩ বছৰীয়া ছাত্রী, গ্ৰেপ্তাৰ ৫

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

উত্তৰ প্ৰদেশৰ গোৰখপুৰত এটি ৯ মহীয়া কেঁচুৱাক ধৰ্ষণৰ (Minor Rape Case) অভিযোগ। এই ঘটনাত এজন ১২ বছৰীয়া নাবালকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে নাবালকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদন্তকাৰীয়ে তেওঁৰ পৰা এটা মোবাইল ফোনো জব্দ কৰিছে। যোৱা শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা।

Minor rape case I
মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ:

ঘটনাৰ নিশা শিশুটিৰ মাতৃয়ে তেওঁক কাষত লৈ শুই আছিল। পিছত পুৱা প্ৰায় ২ বজাত তেওঁ লক্ষ্য কৰে যে কাষত শিশুটি নাই। নিশাতে পৰিয়ালৰ লোকে চাৰিওফালৰ অঞ্চলত তালাচী আৰম্ভ কৰে। অৱশেষত শনিবাৰে পুৱা ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰৈৰ পথাৰত থকা টিনপাতৰ চালিৰ তলৰ পৰা তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত শিশুটিক উদ্ধাৰ কৰে।

চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে নিশ্চিত কৰে যে তেওঁক যৌন নিৰ্যাতন চলোৱা হৈছে। ঘটনাৰ তদন্তৰ বাবে প্ৰথমে পৰিয়ালৰ লোকৰ সৈতে আৰক্ষীয়ে কথা পাতে। ইয়াৰ ফলত তদন্তকাৰীয়ে ১২ বছৰীয়া নাবালক আত্মীয়জনৰ ওপৰত সন্দেহ প্ৰকাশ কৰে।

তিনিদিন পূৰ্বে তেওঁ চণ্ডীগড়ৰ পৰা গোৰখপুৰৰ ঘৰলৈ আহিছিল। তেনেকৈয়ে তদন্তকাৰীয়ে নাবালকজনক ধৰি সোধা-পোছা কৰিবলৈ ধৰে। দেওবাৰে পুৱা জেৰাৰ সময়ত তেওঁৰ কথা আৰক্ষীৰ বাবে যথেষ্ট অসংলগ্ন যেন লাগিছিল। পিছত তদন্তকাৰীয়ে তেওঁক নিজৰ জিম্মালৈ নিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি পিটিআইৰ খবৰ মতে, নাবালকজনে পিছত আৰক্ষীৰ আগত এই ঘটনা স্বীকাৰ কৰে। নাবালকজনে শুকুৰবাৰে নিশা সুৰা সেৱন কৰা বুলি আৰক্ষীক জনায়।

ইয়াৰ পিছত তেওঁ মোবাইলত পৰ্ণও চাইছিল। পিছত ৰাতি শুই থকা শিশুটিক তুলি লৈ যায়। তেওঁৰ পৰা উদ্ধাৰ হোৱা মোবাইলটোও তদন্তকাৰীয়ে পৰীক্ষা কৰিছে। সূত্ৰ অনুসৰি, তাত ৫০টাতকৈও অধিক আপত্তিজনক ভিডিঅ’ পোৱা গৈছে।

সেই মোবাইলৰ পৰা বিভিন্ন পৰ্ণগ্ৰাফিক ৱেবছাইটতো প্ৰৱেশ কৰা হৈছিল। গোৰখপুৰৰ আৰক্ষী অধীক্ষক নিমেশ পাটিলে জানিবলৈ দিয়া মতে, বৰ্তমান নিৰ্যাতিত শিশুটি চিকিৎসাধীন হৈ আছে। লগতে এই ঘটনাত উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।

Tags: .তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰমাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক
Share4Tweet3Send

Related Posts

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

by Staff Reporter
June 23, 2026
50
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

by News Desk
June 22, 2026
50
ADVERTISEMENT
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx