ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত অস্ত্ৰ-শস্ত্ৰ সহ ১ ডিএনএলএ লিংকমেন আটক

ASSAM TIMES POST by ASSAM TIMES POST
October 4, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ শুকুৰবাৰে দিন দুপৰতে ডিফু চহৰৰ মাজ মজিয়াত অস্ত্ৰ- শস্ত্ৰ সহ এটা ডিএনএল কেডাৰ আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি কালি সন্ধিয়া মাঞ্জাত গ্ৰেণেড নিক্ষেপ কৰা ঘটনাৰ পাছত মাঞ্জা থানাৰ গোচৰ নং ২৮/ ১৯ ভা:দ:বি: আইনৰ ধাৰা ১২০ (খ)/৩৮৭/৩৪ আৰু আৰ ডব্লিউ ধাৰা ৪/৫ ই, চি অনুসৰি তদন্ত আৰম্ভ কৰে আৰু আজি বিশ্বস্ত সুত্ৰৰ পমখেদি মাঞ্জা থানা, ডিফু নগৰ আৰক্ষী চকী, আৰু ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া, ক্ৰমে জিতুমনি ডেকা, হাওকাম চাংছন, আৰু ৰাজু বাহাদুৰ ছেত্ৰীৰ নেতৃত্বত চিআৰপি এফৰ( ডি) কোম্পানীৰ এটি দলে ডিফু চহৰৰ ১ নং পুলিছ পইণ্টৰ কাষত খাপ পিটি থাকোতে কাউঞ্চিলৰ দিশৰ পৰা AS 09 AC 8034 নম্বৰৰ যাত্ৰীবাহী অট’ ৰিক্সাখন চলাই ডিএনএলএৰ লিংকমেন উক্ত ঠাইত উপস্থিত হয় ৷

WhatsApp Image 2019 10 04 at 3.44.18 AM 1 | ASSAM TIMES POST

লগে লগেই পূৰ্বৰে পৰা খাপ পিটি থকা আৰক্ষী আৰু চি আৰপিএফৰ দলটোৱে ডিএনএলএ লিংকমেনটোক অট’ৰিক্সাখনৰ পৰা আটক কৰে ৷ ধৃত লিংকমেনটোৰ পৰা আৰক্ষীয়ে লিংকমেনটোৱে ব্যৱহাৰ কৰা অট’ৰিক্সা, এটা ‘২২ পিষ্টল, চাৰি জাঁই ‘ ২২ৰ সজীব গুলী আৰু এটা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত লিংকমেনটো বকলিয়া ঘাট চিকাৰী পথাৰৰ প্ৰবিত্ৰ দাসৰ পুত্ৰ সুৰজিত দাস (৩০) বুলি চিনাক্ত কৰা হৈছে ৷

WhatsApp Image 2019 10 04 at 3.44.19 AM 1 | ASSAM TIMES POST

ধৃত সুৰজিত দাস বৰ্তমান ডিফু ৰেল কল’নিত থাকে যদিও উগ্ৰপন্থী সংগঠন ডিএনএলএৰ হৈ কাম কৰি মাঞ্জাৰ বিভিন্ন জনৰ পৰা ধনদাবী কাৰ্যত জড়িত হৈ আহিছে বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে লগতে ধৃত কেডাৰটোৰ লগত ডিএনএলএ নেতাৰ সঘনাই মোবাইলত যোগাযোগৰ সম্ভেদ লাভ কৰিছে বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ ৷

কালি মাঞ্জাত ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰেণেড নিক্ষেপ কাৰ্যতো ধৃত সুৰজিত দাস জড়িত আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ধৃত লিংকমেনটোৰ পৰা অধিক তথ্য জনাৰ বাবে আৰক্ষীয়ে লিংকমেনটোক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx