ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

সন্তান জন্মৰ ১৫ মিনিট পিছতেই পৰীক্ষাত বহিল প্ৰসূতি-ছাত্রী:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
April 4, 2022
Reading Time: 1 min read
A A
0
সন্তান জন্মৰ ১৫ মিনিট পিছতেই পৰীক্ষাত বহিল প্ৰসূতি-ছাত্রী:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

সোমবাৰে পুৱা ৯.৩০ বজাত এটি পুত্র সন্তানৰ জন্ম দিয়ে। তাৰ ১৫ মিনিটমান পিছতেই বহিল জীৱনৰ অন্যতম পৰীক্ষাত। তেতিয়া পুৱা ৯.৪৫ বজা। উচ্চ মাধ্যমিক পৰীক্ষাত বহে শ্রেয়সী সৰকাৰ (১৮)। মুর্শিদাবাদৰ সুতি থানাৰ আহিৰণ ঘোষপাড়া এলেকাৰ ঘটনাটো।

সন্তান জন্ম দিয়াৰ পিছত শাৰীৰিক দুৰ্বলতা সহ্য কৰি আৰু দুর্বল শৰীৰ লৈয়ে শ্রেয়সীয়ে পৰীক্ষাত বহাৰ অদম্য ইচ্ছাক সকলোৱে চেলুট জনাইছে।

newborns first hours | ASSAM TIMES POST২০১৪ চনত এক পথ দুর্ঘটনাত পিতৃক হেৰুৱাইছিল শ্রেয়সীয়ে। তাৰ পিছত তেওঁৰ নিজৰ স্কুল বাঙ্গাবাড়ি হাইস্কুলৰ প্রধান শিক্ষক আৰু অন্যান্য শিক্ষকসকলৰ সহযোগিতাত স্কুলখনৰ ছোৱালী হোষ্টেলত থাকে আর্থিক প্রতিকূলতাৰ মাজতো পঢ়া-শুনা চলাই যায় তেওঁ।
ইয়াৰ মাজতেই ঘৰৰ লোকসকলৰ হেঁচাত তিনি বছৰমান পূৰ্বে তেওঁৰ বিয়াও হৈ যায়। কিন্তু বিয়া হোৱাৰ পিছতো পঢ়া-শুনাৰ ইচ্ছা থাকিয়ে যায় তেওঁৰ।

একাদশ শ্রেণীত পঢ়ি থকাৰ সময়ত গর্ভৱতী হয় তেওঁ। চিকিৎসকে সম্ভাব্য প্রসৱৰ দিন দিছিল ২৬ এপ্রিল। কিন্তু সোমবাৰে ইংৰাজী পৰীক্ষাৰ দিনাই পুৱাতে প্রসৱ বেদনা আৰম্ভ হয় শ্রেয়সীৰ। সেয়ে ঘৰৰ মানুহে তেওঁক ভোৰবেলা আহিৰণ গ্রামীণ হস্পিটেলত ভর্তি কৰায়। পুৱা ৯.৩০ বজাত এটি পুত্র সন্তানৰ জন্ম দিয়ে শ্রেয়সীয়ে।

লেবাৰ ৰুমৰ পৰা ওলায়েই ১৫ মিনিটমানৰ পিছতে পৰীক্ষাতে বহাৰ বাবে প্ৰস্তুত হয় তেওঁ। স্কুল কর্তৃপক্ষ আৰু শিক্ষা বিভাগৰ সহযোগিতাত হস্পিটেলৰ বিছনাতে বহি ইংৰাজীৰ পৰীক্ষা দিয়ে শ্রেয়সীয়ে। আনহাতে, সন্তানক কাষত লৈ পৰীক্ষা দিয়াৰ পিছত শ্রেয়সীয়ে জনাইছে, আজি তেওঁৰ পৰীক্ষা ভাল হৈছে আৰু আশা কৰিছে ভাল ফলাফল দেখুৱাব।

Tags: baby bornসন্তান জন্ম
Share4Tweet3Send

Related Posts

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

by News Desk
June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি
National-International

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

by News Desk
June 24, 2026
50
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

by News Desk
June 24, 2026
50
Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

by Staff Reporter
June 24, 2026
50
ADVERTISEMENT
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি
National-International

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

June 24, 2026
50
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
Assam Announces Supplementary Exams for Higher Secondary Students

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT