ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

চিৰাং আৰক্ষীৰ সকীয়নিত ভয় খাই তিনি দুধৰ্ষ ডকাইতৰ আত্মসমৰ্পণঃ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 9, 2022
Reading Time: 1 min read
A A
0
চিৰাং আৰক্ষীৰ সকীয়নিত ভয় খাই তিনি দুধৰ্ষ ডকাইতৰ আত্মসমৰ্পণঃ

logo new 2 1 1 4 1 3 4 1 | ASSAM TIMES POST

RELATED POSTS

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

“আত্মসমৰ্পন কৰা তিনিওজন প্ৰাক্তন এনডিএফবি সদস্য আৰু তিনিওজনে চৰকাৰৰ পুনঃসংস্থাপন আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহাৰ্য্যও লাভ কৰিছিল।”

চিৰাং আৰক্ষীৰ ঐকান্তিক প্ৰচেষ্টাৰ পিছত এতিয়া চিৰাং জিলাত অপৰাধমূলক কাৰ্যসূচীৰ সৈতে জড়িত সকল আতংকিত হৈ পৰিছে। এই আতংকৰ ফলতেই তিনি যুৱকে আজি আমগুৰি থানাত নিজকে আত্মসমৰ্পণ কৰে। আজি আমগুৰি থানাত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ উপস্থিতিত আত্মসমৰ্পন কৰা তিনি অভিযুক্ত ক্ৰমে দেবানন্দ নাৰ্জাৰী (৩৭), মদন দৈমাৰী (২৯) আৰু বিশ্ব মুছাহাৰী (২২) চিৰাং আৰক্ষীৰ অভিযানত বিগত দিনত নিহত দুধৰ্ষ ডকাইত মহন্ত নাৰ্জাৰীৰ সহযোগী তথা যোৱা ২৯ মাৰ্চৰ নিশা আমগুৰি থানাৰ অন্তৰ্গত দুখন গাঁৱৰ দুটা পৰিয়ালৰ ঘৰৰ চৌহদত পাঁচ জাঁই গুলী ফুটাই কেইবালাখ নগদ ধন আৰু সোণৰ অলংকাৰ লুটি নিয়া কাৰ্যৰ সৈতে জড়িত বুলি প্ৰকাশ কৰে।

চিৰাং আৰক্ষীয়ে উক্ত অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰখাৰ সময়তে জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই এখন সংবাদ মেলৰ জৰিয়তে জিলাখনৰ সমাজবিৰোধী তথা অপৰাধ মূলক কাৰ্যৰ সৈতে জড়িত সকলক আত্মসমৰ্পণ কৰাৰ বাবে আহ্বান জনাইছিল। অন্যথা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি দিছিল।

দুধৰ্ষ ডকাইত

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তথা সকিয়নীৰ ভয়ত আজি তিনি যুৱকে আত্মসমৰ্পণ কৰে। উল্লেখ্য যে, আত্মসমৰ্পন কৰা তিনিওজন প্ৰাক্তন এনডিএফবি সদস্য আৰু তিনিওজনে চৰকাৰৰ পুনঃসংস্থাপন আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহাৰ্য্যও লাভ কৰিছিল।

Tags: Surrenderদুধৰ্ষ ডকাইতৰ আত্মসমৰ্পণঃ
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
ADVERTISEMENT
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

April 29, 2026
50
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎
National-International

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

April 29, 2026
50
‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ
National-International

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

April 29, 2026
50
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

April 29, 2026
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

April 29, 2026
‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx