ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

প্ৰিয়ংদ্বীপ কাকতিক ‘সেউজীয়া দেশৰ সাংবাদিকতা বঁটা’

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
April 10, 2022
Reading Time: 1 min read
A A
0
প্ৰিয়ংদ্বীপ কাকতিক ‘সেউজীয়া দেশৰ সাংবাদিকতা বঁটা’

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

নিজৰ সংবাদেৰে জনতাৰ সমস্যা-দাবী চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি অহাৰ লগতে সামাজিক কাম-কাজেৰেও পৰিচিত নুমলীগড়ৰ সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিক আজি ‘সেউজীয়া দেশৰ সাংবাদিকতা বঁটা’ প্ৰদান কৰা হয়।

উত্তৰ-পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনে প্ৰতি দুবছৰৰ মূৰে মূৰে সন্মিলনৰ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশনৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰি আহিছে।সেই অনুসৰিয়েই আজি গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত চতুৰ্থ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশনৰ মুকলি সভাত ‘অসমীয়া খবৰ’ৰ নুমলীগড়ৰ সাংবাদিক কাকতিক এই বঁটা প্ৰদান কৰা হয়।

প্ৰিয়ংদ্বীপ কাকতিসাংবাদিক গৰাকীক বঁটা প্ৰদান কৰে সন্মিলনৰ নেতৃবৰ্গই।বঁটাত আছে মান পত্ৰ, জাপি, গামোচা, কিতাপৰ টোপোলা আৰু সঁফুৰা।একেটা অনুষ্ঠানতে সন্মিলনে ৰেৱতী বৰগোহাঁই গগৈক সমাজসেৱক,ভানু বৰা হাজৰিকাক সাহিত্যিক, মুনিন দাসক শিল্পী, চতিশ চুতীয়াক কবি আৰু পুতুল ঘৰফলীয়াক শিক্ষকতা বঁটা প্ৰদান কৰে।

সন্মিলনৰ সভাপতি ৰাম প্ৰসাদ বৰুৱাৰ সভাপতিত্বত সমাজৰ ভালেসংখ্যক গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে শিশু সাহিত্যিক শশীপ্ৰভা দাস, বিশিষ্ট সাহিত্যিক ধনীৰাম তালুকদাৰ, নিউজ ১৮ৰ কাৰ্যবাহী সম্পাদক এনামূৰ ৰহমান আৰু নিমন্ত্ৰিত অতিথি হিচাপে কৃষি বিভাগৰ উপ-সঞ্চালক ভাৰতজ্যোতি বৰঠাকুৰে নিজৰ ভাষণত সন্মিলনৰ কৰ্মৰাজিৰ প্ৰশংসা কৰে। উল্লেখ্য যে আজি সন্মিলনৰ চতুৰ্থ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশন বিভিন্ন কাৰ্যসূচীৰে সম্পন্ন হয়।

Tags: journalism awardসাংবাদিকতা বঁটা
Share4Tweet3Send

Related Posts

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx