ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰাক্তন আছু নেতা নিৰেশ্বৰ ৰাভাৰ দেহাৱসান

ASSAM TIMES POST by ASSAM TIMES POST
October 14, 2019
Reading Time: 1 min read
A A
0
প্ৰাক্তন আছু নেতা নিৰেশ্বৰ ৰাভাৰ দেহাৱসান

logo atp | ASSAM TIMES POST ASSAM TIMES POST
গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ বিষয়ববীয়া বিপুল ৰাভাৰ ভাতৃ তথা সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা নিৰেশ্বৰ ৰাভাই দেওবাৰে নিশা ১২ বজাত হায়াত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

RELATED POSTS

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

তেওঁৰ মৃত্যুৰ লগে লগে হাস্পতালখনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তথা আছুৰ আন-আন বিষয়ববীয়াসকল উপস্থিত হৈ ছাত্ৰ সন্থাৰ পতাকা তেওঁৰ নিথৰ দেহত দি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইফালে নিশাটো তেওঁৰ নিথৰ দেহটো জটিয়াস্থিত বাসভৱনতে ৰাখি সোমবাৰে দিনত জটিয়া শ্মশানত সৎকাৰ কৰা হয়।

সদ্য প্ৰয়াত ৰাভাই স্কুলীয়া শিক্ষা সাং কৰিছিল গুৱাহাটীৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইয়াৰ পাছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত নামভৰ্তি কৰা ৰাভা আছিল একেধাৰে সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উপ-সভাপতি। ৰাভাই অসম আন্দোলনত আন্দোলনকাৰীসকলক সন্মুখৰপৰাই নেতৃত্ব দিছিল।

তেওঁ দিছপুৰ আৰু সদৌ গুৱাহাটী গণ সংগ্ৰাম পৰিষদৰো বিষয়ববীয়া আছিল। বৰাক উপত্যকাত আছুৰ জন্ম আৰু প্ৰসাৰৰ ক্ষেত্ৰত প্ৰয়াত ৰাভাই এক বিশেষ ভূমিকা লৈছিল। গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ আসনখনো অলংকৃত কৰা ৰাভাই অসম আন্দোলনৰ সময়ত কেবাবাৰো আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ নিৰ্যাতনৰ বলি হৈছিল। বৃহত্তৰ গণেশগুৰি ৰঙালী বিহু সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাপক ৰাভাই মৃত্যুৰ সময়ত পত্নী, দুগৰাকী জ্যেষ্ঠ ভগ্নীক এৰি থৈ যায়।

Tags: Featured
Share9Tweet3Send

Related Posts

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

ADVERTISEMENT
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
50
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT