ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 31, 2022
Reading Time: 1 min read
A A
0
পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ

logo new 2 1 1 4 1 3 7 | ASSAM TIMES POST

RELATED POSTS

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

প্রাক্তন কূটনৈতিক বিষয়া আৰু প্রাক্তন সামৰিক বিষয়া স্তৰত ভাৰত আৰু পাকিস্তানৰ মাজত ‘ট্ৰেক টু’ আলোচনাৰ খবৰ প্রকাশ পাইছে। সূত্রৰ খবৰ মতে, এই উদ্যোগত কোনো দেশৰ চৰকাৰী পক্ষই প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰে। বিদেশ মন্ত্ৰালয়ৰো কোনো ভূমিকা ইয়াত নাই। কিন্তু যিকোনো ‘ট্ৰেক টু’ৰ দৰেই দ্বিপাক্ষিক সম্পর্ক কিছু সহজ কৰাই এই আলোচনাৰ লক্ষ্য। সূত্র মতে, সম্প্রতি থাইলেণ্ডত এনে ধৰণৰ এক আলোচনা হৈছে দুয়ো দেশৰ প্রতিনিধিসকলৰ মাজত।

যিহেতু কূটনৈতিক সম্পর্ক কার্যত অচল, দ্বিপাক্ষিক বাণিজ্যৰ অৱস্থাও অতি বেয়া। ইমৰান খানৰ পিছত শ্বাহবাজ শ্বৰিফ প্রধানমন্ত্রী হোৱাৰ পিছত তেওঁ আৰু চৰকাৰে বিভিন্ন মঞ্চত কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ কোৰ্টৰ ফালেই বল ঠেলিছে, কিন্তু ভিতৰি ভিতৰি এটা চেষ্টাও আছে নিজ দেশৰ ভগ্নপ্ৰায় অর্থনীতিক আগন্তুক নিৰ্বাচনৰ পূৰ্বে উদ্ধাৰ কৰাৰ। ভাৰতৰ সৈতে বাণিজ্য বৃদ্ধি পাকিস্তানৰ প্রয়োজনৰ ভিতৰতে পৰে। তাৰ লগতে কাশ্মীৰক আলোচনাৰ মেজলৈ উভতাই আনিবলৈও উদগ্রীব পাকিস্তানৰ নতুন চৰকাৰ।

বর্তমান ভূকৌশলগত পৰিস্থিতিত আমেৰিকাসহ পশ্চিমৰ কিছু ৰাষ্ট্ৰৰ চাপো আছে দক্ষিণ এছিয়াত শান্তি উভতাই অনাৰ। অর্থাৎ ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি বাহাল ৰখাৰ।
উক্ত আলোচনাৰ পিছত আমেৰিকাও থকা বুলি অনুমান কৰা হৈছে।

Tags: ভাৰত
Share4Tweet3Send

Related Posts

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়
National-International

by News Desk
June 18, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

by News Desk
June 18, 2026
50
Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট
National-International

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

by News Desk
June 18, 2026
50
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

by Staff Reporter
June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

by Staff Reporter
June 18, 2026
50
ADVERTISEMENT
Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়
National-International

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

June 18, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

June 18, 2026
50
Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট
National-International

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

June 18, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

June 18, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

June 18, 2026
Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT