![]()
জাগীৰোডত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰিল চাৰিচকীয়া এখন হোণ্ডাই ক্ৰেটা বাহন। গুৱাহাটীৰ পৰা বোকাখাত অভিমুখী বাহনখনত থকা তিনিগৰাকী যাত্ৰী ক্ৰমে পিতৃ-মাতৃ আৰু কন্যা সৌভাগ্যক্ৰমে ৰক্ষা পৰে।
AS-05Q-9717 নম্বৰৰ উক্ত বাহনখন আৰক্ষী আৰু স্থানীয় লোকে পুখুৰীৰ পৰা উদ্ধাৰ কৰে বাহনখনে।












