![]()
ডিফুৰ ১০ আৰু বোকাজানৰ ৭ খন পৰিষদীয় সমষ্টিত দুপৰীয়া ১২ বজালৈ ক্ৰমে ৪০ শতাংশ আৰু ৪২’৪২ শতাংশ ভোট দান হাওৰাঘাটত ৩৯, লাংফেৰত ৩৩, ফুলনিত ৪৪, লাংহিনত ৪৩, কৰকাণ্ঠিত ৪৩, মহামায়াত ৪৬ নমাটিত ৩৭, লুম্বাজংত ৩৩, ধনশিৰিত ৩৩ আৰু সিংহাসন পৰিষদীয় সমষ্টিত সৰ্বোচ্চ ৫৪ শতাংশ ভোটদান গ্ৰহণ কৰা হৈছে ৷

আনহাতে বোকাজান ৩৯.০৫ শতাংশ, বৰজান ৩৩.০০ শতাংশ, সৰুপথাৰ ৩৭.৬২ শতাংশ,দেউপানী ৪১.৪৪ শতাংশ,চ’চেং ধেন্টা ৩৯.৫৯ শতাংশ,নিলিপ ৩৬.৭৪ শতাংশ,দুৱাৰবাগৰী ৪১.৪২ শতাংশ ভোটদান হৈছে ৷
আনহাতে হামৰেণ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৯ পৰিষদীয় সমষ্টিত দুপৰীয়া ১২ বজালৈ ৩৫’৬৫ শতাংশ ভোটদান হৈছে বুলি জানিব পৰা গৈছে ৷













