
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰহৈ ২ নং আমৰি পৰিষদীয় নিৰ্বাচনৰ পৰা দ্বিতীয়বাৰৰ বাবে বিজয়ৰ হাঁহি মাৰিলে ডি উফিং মাছলায়ে ৷

ডি উফিং মাছলায়ে তেওঁৰ নিকটতম নিৰ্দলীয় এডিএফৰ প্ৰাৰ্থী এলৱিন টেৰণক হকুৱাই ৫৩৯৭ ভোটত জয় লাভ কৰে ৷ এলৱিন টেৰণে লাভ কৰে ১১১৯ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হয় ৷













