
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰহৈ লুণছিং টেৰণে মহামায়া পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী লুণছিং টেৰণে দ্বিতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰে ৷
এইবাৰ পৰিষদীয় নিৰ্বাচনত মহামায়াৰ পৰা বিজেপিৰ পৰা প্ৰতিদ্বন্ধিতা কৰি লুণছিং টেৰণে ৮৮৯৩টা ভোটত জয়লাভ কৰে ৷ আনহাতে নিকটতম প্ৰতিদ্বন্ধীয়ে লাভ কৰে ৫০৮৭ টা ভোট ৷













