
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰহৈ অমৰছিং তিচ’ৱে ২০ নং পৰিষদীয় সমষ্টিৰ দ্বিতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰে ৷
এইবাৰ পৰিষদীয় নিৰ্বাচনত সিংহাসন সমষ্টিৰ পৰা বিজেপিৰ পৰা প্ৰতিদ্বন্ধিতা কৰি অমৰছিং তিচ’ৱে ৫৮৮৫ ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে আনহাতে েওঁৰ নিকটতম নিকটতম প্ৰতিদ্বন্ধী এপিএইছএলচিৰ জে আই কাথাৰে লাভ কৰেল কৰে ৪১৯৩ টা ভোট ৷












