![]()
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰহৈ অজিত দে’ই ১০ নং হাওৰাঘাচ পৰিষদীয় সমষ্টিৰ প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰে ৷ এইবাৰ পৰিষদীয় নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ পৰা বিজেপিৰ পৰা প্ৰতিদ্বন্ধিতা কৰি অজিত দে’ই লাভ কৰে ১১,১১৫ ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ৷
আনহাতে তেওঁৰ নিকটতম প্ৰতিদ্বন্ধী কংগ্ৰেছৰ প্ৰাৰ্থী চন্দ্ৰছিং টেৰণে ৩৬০৯টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে ৷ অজিত দে’ই ৭৬৬৫ টা বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয় ৷













